• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰিলে তিনিজনকৈ দুৰ্ধৰ্ষ উগ্ৰপন্থী

NE NOW NEWS ৰিদীপ শৰ্মা
কলিয়াবৰ , February 11, 2021 5:38 pm

1 min read

terrrorist arrested

ফটো: নৰ্থইষ্ট নাও।

199
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ আঞ্জুকপানী আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা।

আঞ্জুকপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শংকৰ দয়ালৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই কাৰ্বি আংলঙৰ ওপৰ গাঁও পাহাৰত আটক কৰিছে তিনিজন উগ্ৰপন্থী সদস্যক।

কে. ডি. এল. এফ (কাৰ্বি ডেমক্ৰেটিভ লিবাৰেচন ফ্ৰণ্ট)ৰ ধৃত তিনিজন উগ্ৰপন্থীৰ নাম হৈছে ক্ৰমে জেকচন ৰংহাং(২৭), ৰাজু তেৰণ ওৰফে কাইবং ওৰফে পাংৰী ক্ৰনজাং(২৬), বকলীয়া দিছবাই গাঁও আৰু ওৱেলচন ৰংহাং(২২), ৰংহাং গাঁও।

আৰক্ষীয়ে লগতে তেওঁলোকৰ জিম্মাৰ পৰা পইণ্ট টু টু পিষ্টল আৰু ২টা ম’বাইল ফোন উদ্ধাৰ কৰে।

নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী আঞ্জুকপানী থানা, জখলাবন্ধা থানা আৰু ৰংবংৱে থানা এলেকাৰ অধীনৰ বিভিন্ন ব‍্যৱসায়ীক সদস্যকেইজনে উক্ত উগ্ৰপন্থী দলৰ নামলৈ ধন দাবী কৰি আৰক্ষীৰ নিদ্ৰা হৰণ কৰিছিল।

ইপিনে, ঘটনাৰ লগত জড়িত আৰু কেইবাজনো অপৰাধীক বিচাৰি অভিযান আৰক্ষীয়ে অব‍্যাহত ৰাখিছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd