• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2026 5:52 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৪২ সংখ্যক ছাব-জুনিয়ৰ নেচনেল একুৱাটিক চেম্পিয়নশ্বিপত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কস্তুৰী গগৈয়ে। প্ৰতিযোগিতাখনত আজি ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোক ইভেণ্টত সোণৰ পদক জয় কৰি কস্তুৰীয়ে ৰাজ্যখনৰ হৈ তৃতীয়টো স্বৰ্ণ পদক অৰ্জন কৰে।

৬ আগষ্টৰ পৰা ৰাজস্থানৰ জয়পুৰস্থিত ছাৱাই মান সিং ষ্টেডিয়াম ছুইমিং পুলত অনুষ্ঠিত হৈ থকা প্ৰতিযোগিতাখনত কস্তুৰীয়ে ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকত ৩৫.৫৭ ছেকেণ্ড সময় লৈ শীৰ্ষস্থান দখল কৰে। ইয়াৰ পূৰ্বেও তেওঁ প্ৰতিযোগিতাখনত দুটাকৈ সোণৰ পদক জয় কৰি অসমক সফলতা আনি দিছিল।

Apply Now

৯ আগষ্টত সামৰণি পৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত কস্তুৰীৰ ধাৰাবাহিক সফলতাই অসমৰ সাঁতোৰ জগতত নতুন আশাৰ সঞ্চাৰ কৰিছে।

অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে কস্তুৰীৰ এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ বাবে তৃতীয়টো স্বৰ্ণ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।

উল্লেখ্য যে কস্তুৰী গগৈয়ে বৰ্তমান গুৱাহাটীৰ সৰুসজাই ছুইমিং পুলত অভিজ্ঞ প্ৰশিক্ষক বাবুল গুৰুংৰ অধীনত উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

August 10, 2026 6:27 pm
ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

August 10, 2026 6:02 pm
কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

August 10, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

August 10, 2026 6:27 pm
ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd