• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৱ বৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব কাজিৰঙা উৎসৱ, ২০২০; প্ৰতীক উন্মোচন

উত্তম শইকীয়া by উত্তম শইকীয়া
November 24, 2019 9:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৫ৰ পৰা ৭ জানুৱাৰীলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বোকাখাত মহকুমা প্ৰশাসনৰ বিশেষ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব কাজিৰঙা উৎসৱ ২০২০ ৷

এই উপলক্ষে যোৱা নিশা কহঁৰাৰ আয়ৰা নামৰ বিলাসী হোটেলখনত আয়োজিত এক অনুষ্ঠানত প্ৰথম কাজিৰঙা উৎসৱৰ প্ৰতীক উন্মোচন কৰে কেবিনেট মন্ত্ৰী, বোকাখাতৰ বিধায়ক অতুল বৰাই।

Apply Now

অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বোকাখাতৰ মহকুমাধিপতি তথা কাজিৰঙা মহোৎসৱৰ সম্পাদক বিবেক শ্যাম, ৰাজহ চক্র বিষয়া খনীন দাস, স্থানীয় জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধি উপস্থিত থাকে ৷

বোকাখাত মহকুমা প্রশাসন, অসম চৰকাৰৰ বনবিভাগ, পর্যটন বিভাগ আৰু কৃষি বিভাগৰ যৌথ সহযোগত অনুষ্ঠিত কৰা হ’ব।

শনিবাৰে প্ৰতীক উন্মোচন কৰি মন্ত্ৰী বৰাই এই উৎসৱৰ জৰিয়তে দেশী-বিদেশী পর্যটকক আকর্ষিত কৰাৰ বাবে প্রচেষ্টা চলোৱাৰ উপৰি ৰাজ্যত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতৰ ওপৰত আলোচনা চক্র অনুষ্ঠিত কৰা হ’ব বুলি জনায়।

মহকুমাধিপতি বিবেক শ্যামে কাজিৰঙা উৎসৱত বন, প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত বিভিন্ন আলোচনা চক্ৰৰ উপৰিও কহঁৰা আৰু অগৰাতলি বনাঞ্চলৰ বিভিন্ন স্থানত চিত্র প্রদর্শনী , খাদ্য উৎসৱ, সংস্কৃতিক কার্যসূচী অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।

উক্ত উৎসৱক সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাক সভাপতি আৰু বোকাখাতৰ মহকুমাধিপতিক সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd