• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ আতংক! : বিদ্যালয় আৰম্ভ হোৱাৰ পিছতেই ১৯২ শিক্ষাৰ্থীসহ ৭২ শিক্ষক ক’ৰ’ণাত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2021 9:02 am

1 min read

SchoolPTI_vb_84
371
VIEWS
Share on FacebookShare on Twitter

বিদ্যালয় আৰম্ভ কৰাৰ পিছতে পুনৰ আতংক বাঢ়িছে ক’ৰ’ণাৰ। কেৰলাৰ দুখন জিলাত বিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰাৰ পিছত বিগত সপ্তাহটোত ২৫০ ৰো অধিক লোকৰ শৰীৰত ক’ৰ’ণা ভাইৰাছ সংক্ৰমিত হৈছে।

ইয়াৰ ভিতৰত ১৯২ গৰাকী শিক্ষাৰ্থী আৰু ৭২ গৰাকী শিক্ষক বুলি জানিব পৰা গৈছে।

কেৰলাৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ অনুসৰি বিদ্যালয়ৰ শ্ৰেণীসমূহ পুনৰ আৰম্ভ হোৱাৰ পিছতে বিগত সপ্তাহটোত শিক্ষাৰ্থীসহ ৬০০ ৰো অধিক লোকৰ ক’ৰ’ণা পৰীক্ষা কৰোৱা হৈছিল।

ইয়াৰে মাল্লাপ্পুৰম জিলাৰ মাৰাঞ্চি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ১৫০ গৰাকী শিক্ষাৰ্থীৰ শৰীৰত ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ৩৪ গৰাকী শিক্ষকো আক্ৰান্ত হৈছে ক’ৰ’ণাত।

ইয়াৰ পূৰ্বেও বিদ্যালয়খনত ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ঘটিছিল আৰু ইয়াৰ ফলতে শিক্ষাৰ্থীসহ শিক্ষকসকল ক’ৰ’ণাৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি ধাৰণা কৰা হৈছে।

আনহাতে ভানেৰি নামৰ আন এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৬ গৰাকী শিক্ষাৰ্থীসহ ৩৬ গৰাকী শিক্ষক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

ইয়াৰ পিছতে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ মাজত দুঃচিন্তা আৰু উদ্বেগ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে।

ক’ৰ’ণা সংক্ৰমণৰ বাবে বৰ্তমান দুয়োখন বিদ্যালয়কে বন্ধ কৰি দিয়া হৈছে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd