• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোহলী, আশ্বিন, ৰোহিত, ধোনীৰ নাম আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 24, 2020 5:20 pm

1 min read

কোহলী, আশ্বিন, ৰোহিত, ধোনীৰ নাম আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত
221
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অফস্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনৰ নাম মঙলবাৰে আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত কৰা হয়।

আই চি চিয়ে কোহলী আৰু আশ্বিনকে ধৰি মুঠ সাতগৰাকী ক্ৰিকেটাৰৰ নাম মনোনীত কৰে।

কোহলী আৰু আশ্বিনৰ উপৰিও ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়ক জ’ ৰুট, নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ, দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছ আৰু শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰৰ নাম দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবে মনোনীত কৰা হয়।

পুৰুষৰ দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ বাবে কোহলী, ৰুট, উইলিয়ামছন, স্মিথ, জেমছ এণ্ডাৰছন, ৰংগনা হেৰাথ আৰু পাকিস্তানৰ য়াছিৰ ছাহৰ নাম মনোনীত কৰা হয়।

কোহলী, লাছিথ মালিংগা, মিচেল ষ্টাৰ্ক, ভিলিয়াৰ্ছ, ৰোহিত শৰ্মা, এম এছ ধোনী, ছাংগাকাৰাৰ নাম দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ বাবে মনোনীত কৰা হৈছে।

আনহাতে, কোহলী, ৰোহিত শৰ্মা, ৰাছিদ খান, ইমৰাণ তাহিৰ, এৰ’ণ ফিন্স আৰু ক্ৰিছ গেইলৰ নাম দশকটোৰ শ্ৰেষ্ঠ টি-২০ ক্ৰিকেটাৰৰ বাবে মনোনীত কৰা হৈছে।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd