• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ ফলত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2020 3:13 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে আজি পশ্চিমবংগৰ স্বাস্থ্য বিভাগৰ সহকাৰী সঞ্চালক ডাঃ বিপ্লৱ কান্তি দাসগুপ্তাৰ ক’ৰ’নাৰ ফলত মৃত্যু হয়।

কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা বিষয়াগৰাকী ক’ৰ’নাত আক্ৰান্ত হৈ কিছু দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি হৈছিল। হঠাৎ শনিবাৰে নিশা বিষয়াগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু আজি পুৱা মৃত্যুবৰণ কৰে।

Apply Now

জানিব পৰা অনুসৰি, চিকিৎসাৰ সৈতে জৰিত কোনো লোকৰ মৃত্যু হোৱা পশ্চিম বংগত এইটো প্ৰথম ঘটনা। ডাঃ বিপ্লৱ কান্তিৰ পত্নীও বৰ্তমান ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ই্‌ফালে উচ্চ পৰ্যায়ৰ বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে।

উল্লেখ্য যে ভাৰতত এই পৰ্যন্ত ২৬৪৯৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণটাত ১৯৯০ গৰাকী নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ৪৯ গৰাকীয়ে মৃত্যুবৰণ কৰিছে।

ভাৰতত এতিয়ালৈকে ৮২৪ গৰাকী লোক ক’ৰ’নাৰ ফলত মৃত্যু হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd