• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাডাখ সীমান্তত অৱশ্যম্ভাৱী যুদ্ধ! ভাৰতীয় সেনাক সম্পূৰ্ণ স্বাধীনতা প্ৰদান নতুন দিল্লীৰ

'চীনক বিশ্বাস কৰিব নোৱাৰি, পিপ'লছ লিবাৰেশ্যন আৰ্মিক অস্ত্ৰেৰে শিক্ষা দিয়া উচিত' প্ৰাক্তন সেনাবিষয়াসকলৰ মত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2020 7:44 am
image.jpg4

প্ৰতিনিধিত্বমূলক ফ'টো - পিটিআই

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ হাতত ২০ জনকৈ ভাৰতীয় সেনা জোৱান ছহিদ  হোৱাৰ পিছত নীতি সলনি কৰিছে নতুন দিল্লীয়ে।

বেইজিঙে বাৰে বাৰে আলোচনাৰ সিদ্ধান্ত আৰু নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰাৰ পিছত নতুন দিল্লীয়েও আলোচনাৰ বাধ্যবাধকতা মানি থাকিব খোজা নাই বুলি খবৰ আহিছে।

Apply Now

বেইজিং আৰু চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিয়ে বাৰে বাৰে নিয়ন্ত্ৰণ ৰেখা আৰু দুই পক্ষ সেনাৰ বিগ্ৰেডিয়াৰ স্তৰৰ বৈঠকৰ ঐক্যমতৰ সিদ্ধান্ত উলংঘা কৰি অহাত ভাৰতীয় সেনাও সীমান্তত হাত সাৱটি বহি থাকিব খোজা নাই।

লগতে পঢ়ক : ভাৰত-চীন বিবাদ : সৰ্বদলীয় বৈঠকৰ আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

তেনে সময়তে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ একাধিক সূত্ৰই লাডাখ সীমান্তত ভাৰতীয় সেনাক ‘ফ্ৰী হেণ্ড’ দিয়া হৈছি বুলি খবৰ প্ৰকাশ পাইছে।

কি এই ‘ফ্ৰী হেণ্ড’? এই ‘ফ্ৰী হেণ্ড’এ লাডাখ সীমান্তত ভাৰতীয় সেনা বাহিনীক সিদ্ধান্ত লোৱাৰ অধিকাৰ দিয়া হ’ব। বাৰ্তালাপ ব্যৰ্থ হ’লে বা বিপক্ষ শিবিৰে আক্ৰমণ কৰিলে প্ৰয়োজনত সেনাই অগ্নেয়াস্ত্ৰৰে বিপক্ষক প্ৰত্যাক্ৰমণ কৰিব পাৰিব। আৰু সীমান্তৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি কামাণ্ডাৰে প্ৰত্যাক্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে, যোৱা সোমবাৰে নিশা লাডাখ সীমান্তৰ গালৱান উপত্যকাত চীনা সৈন্যৰ তাৎক্ষণিক আক্ৰমণত এজন কৰ্ণেলসহ ২০ জন ভাৰতীয় সৈন্য নিহত হোৱাৰ পিছতে নতুন দিল্লীয়ে কৌশল সলনি কৰে।

লগতে পঢ়ক : সোমবাৰে নিশা কি ঘটিছিল লাডাখ সীমান্তৰ ভাৰত-চীন সৈন্যৰ মাজত?

প্ৰণিধানযোগ্য যে ভাৰত-চীন সীমান্তত যোৱা বহু দশক ধৰি গুলীবৰ্ষণ হোৱা নাছিল। দুয়ো দেশৰ মাজত সীমান্তৰ বিবাদক আলোচাৰ মাধ্যমেৰে সমাধান কৰিবলৈ প্ৰতিবাৰেই প্ৰয়াস কৰি অহা হৈছে।

কিন্তু এইবাৰ চীনে আলোচনাক সন্মান প্ৰদৰ্শন কৰা নাই আৰু আগ্ৰাসী মনোভাৱেৰে ভাৰতীয় ভূখণ্ড দখল কৰিছে বুলি ভাৰতীয় সেনাই অভিযোগ কৰিছে।

ইফালে প্ৰাক্তন সেনা বিষয়াসকলেও এতিয়া আলোচনাৰ মাধ্যমেৰে বিবাদ নিষ্পত্তি কৰা সম্ভৱ হৈ থকা নাই বুলি মন্তব্য কৰিছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তৰ সংঘৰ্ষত ৪৩ জন চীনা সৈন্য নিহত!

প্ৰাক্তন মেজৰ জেনেৰেল অৰুণ ৰায়ে কয়, “৪৫ বছৰ ধৰি সীমান্তত এটাও গুলী ফুটা নাছিল। কিন্তু কি লাভ হ’ল? ইমান ডাঙৰ সংঘৰ্ষ হৈ গ’ল, এটা ৰাতিত বহু সেনাৰ প্ৰাণ যোৱাৰ পিছত গুলী নচলোৱাকৈ বুজাবুজি কৰি থকাৰ কোনো মূল্য নাই।”

ভাৰতীয় সেনাইও একে মতকে পোষণ কৰিছে। ভাৰতীয় সেনাৰ মতে চীন সেনাই বাৰে বাৰে সীমা উলংঘন কৰি আদৰ্শ আচৰণবিধি(এচঅ’পি) মানি চলা নাই। তেনেক্ষেত্ৰত বাৰে বাৰে ভাৰতীয় সেনাই আদৰ্শ আচৰণবিধি মানি থকাৰ কোনো যুক্তি নাই।

লগতে পঢ়ক : ভাৰত-চীনৰ লাডাখ সীমান্তৰ বিবাদ প্রশমনৰ উদ্দেশ্যে মস্কোৱে লৈছে উদ্যোগ

ভাৰতীয় সেনাৰ এই খবৰ দিল্লী ছাইথ ব্লকত পোৱাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ে বেইজিঙেৰে আৰু বুজাবুজি অসম্ভৱ বুলি বৰ্তমানেও ঘোষণা কৰা নাই যদিও লাডাখ সীমান্তত ভাৰতীয় সেনাক ‘ফ্ৰী হেণ্ড’ দিয়া হ’ব বুলি খবৰ আহিছে। অৱশ্যে এই সম্পৰ্কে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই ছাইথ ব্লকৰ প্ৰতিৰক্ষা দপ্তৰে।

ইফালে ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞ আৰু প্ৰাক্তন সেনা বিষয়াসকলে মত পোষণ কৰিছে যে চীনক আক্ৰমণ নকৰিলেও ভাৰতীয় সেনাই সীমান্তত চূড়ান্ত সংযম এৰাই চলা উচিত।

প্ৰয়োজনত চীনা সৈন্যক প্ৰত্যাক্ৰমণ অথবা প্ৰতিৰোধৰ বাবে ভাৰতীয় সৈন্যই অস্ত্ৰ চলোৱা উচিত। তেওঁলোকে কয় যে চীনক কোনোপধ্যেই বিশ্বাসত ল’ব নোৱাৰি আৰু চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিক এটা শিক্ষা দিয়া উচিত।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সংঘাত সন্দৰ্ভত বিৰোধীক কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd