• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাডাখৰ ভাৰত-চীন সীমান্তৰ সংঘৰ্ষত ৪৩ জন চীনা সৈন্য নিহত!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2020 7:54 am
cdc75cb1-9fe4-4ea9-a57e-9a6e383ed46c

ফ'টো- কাশ্মীৰ ৰাইজিং

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ৪৩ গৰাকী চীনা সৈন্যও নিহত হৈছি বুলি দাবী কৰিছে চীনৰ সংবাদ মাধ্যমে।

সোমবাৰে নিশা হোৱা সংঘৰ্ষত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনা জোৱানৰো মৃত্যু ঘটিছে।

Apply Now

লাডাখৰ গলৱান উপত্যকাত অব্যাহত থকা সীমান্তৰ বিবাদ আৰু উত্তেজনা নিষ্পত্তি আৰু প্ৰশমনৰ বাবে দুয়ো পক্ষৰ সেনাৰ মাজত কৰ্ণেল পৰ্যায়ৰ বৈঠক অব্যহাত থকাৰ সময়তে সোমবাৰে নিশা মুখামুখি সংঘৰ্ষত লিপ্ত হয় দুই পক্ষ সেনা।

লগতে পঢ়ক : গালৱানত প্ৰাণ দিলে ২০ ভাৰতীয় সৈন্যই ||শেহতীয়া আপডেট

প্ৰথমে এজন কৰ্ণেলসহ দুজন ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ বাতৰি আহিছিল যদিও মঙলবাৰে নিশা ভাৰতীয় সেনা সূত্ৰই ২০ গৰাকী ভাৰতীয় সেনা জোৱান নিহত হোৱা বুলি সদৰী কৰে।

১৭ গৰাকী ভাৰতীয় সেনা জোৱান দুই পক্ষৰ হতাহতি গুৰুতৰভাৱে হৈছিল। চিকিৎসাধীন অৱস্থাতে লাডাখৰ তীব্ৰ শীতত আহত জোৱানকেইজনৰ মৃত্যু হোৱা জনাইছে ভাৰতীয় সেনাৰ সূত্ৰই।

লগতে পঢ়ক : উত্তপ্ত ভাৰত-চীন সীমান্ত : লাডাখত মুখামুখি সংঘৰ্ষত মৃত্যু কৰ্ণেলসহ দুই ভাৰতীয় জোৱান

ইফালে দিনৰ ভাগত চীনৰ পাঁচজন সেনা মৃত্যু হোৱা বুলি দাবী কৰা বেইজিঙৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে মঙলবাৰে নিশালৈ ৪৩ জন চীনা সৈন্য নিহত হোৱী বুলি দাবী কৰিছে।

ভাৰতীয় সংবাদ প্ৰতিষ্ঠান এএনআইএ বেইজিঙৰ বিভিন্ন সংবাদ মাধ্যমৰ উদ্ধৃতি দি ৪৩ চীনা সৈন্য নিহত হোৱা বুলি প্ৰকাশ কৰিছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তত এতিয়াও শাম কটা নাই উত্তেজনা : অব্যাহত আছে সেনাৰ বৈঠক

অৱশ্যে যোৱা ৰাতি পৰ্যন্ত বেইজিং প্ৰশাসনে চৰকাৰীভাৱে এই ঘোষণা কৰা নাই যদিও চীনৰ চৰকাৰী সংবাদ পত্ৰ গ্লোবেল টাইমছৰ সম্পাদকে নিজৰ টুইটাৰ একাউন্টত চীনা সৈন্যৰ মৃত্যু হোৱা বুলি টুইট কৰিছে।

ভাৰতীয় সেনা সূত্ৰৰ মতে দুই পক্ষৰ মাজত গুলী বৰ্ষণৰ ঘটনা ঘটা নাছিল। লাঠি, পাথৰ, ৰ’ড আদিৰে দুই পক্ষৰ মাজত আক্ৰমণ-পত্যাক্ৰমণৰ ঘটনাহে ঘটিছিল।

এই ধৰণৰ মুখামুখি খণ্ডযুদ্ধত কেনেকৈ দুয়োপক্ষৰ ইমানসংখ্যক সেনাৰ মৃত্যু ঘটিল তাকে লৈ প্ৰশ্নৰো উদ্ৰেক হৈছে।

লগতে পঢ়ক : চীনে ১৯৯৩, ১৯৯৬, ২০১৩ৰ তিনিখন চুক্তি ভংগ কৰিছে

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd