• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লামডিং ৰে’লৱে কলনিত আৱৰ্জনাৰ পাহাৰ; স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি স্বত্বেও নীৰৱ কৰ্তৃপক্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:08 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ অধীনস্থ লামডিং ৰেলৱে কলনিৰ ক্ৰছিং গেটৰ সমীপত, ইউনাইটেড ক্লাবৰ সন্মুখত আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনাৰ অভাৱৰ ফলত  ভয়ংকৰ স্বাস্থ্যজনিত সংকটৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি জমা হৈ থকা আৱৰ্জনাসমূহে অঞ্চলটোৰ পৰিবেশ অতিশয় দূষিত কৰি তোলাৰ লগতে স্থানীয় ৰাইজৰ জীৱনযাত্ৰাৰ ওপৰতোগুৰুতৰ প্ৰভাৱ পেলাইছে। বাৰম্বাৰ অভিযোগ জনোৱা স্বত্বেও ৰে’লৱে কৰ্তৃপক্ষই এই সমস্যাক লৈ কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত সাধাৰণ জনতাৰ মাজত তীব্ৰ অসন্তুষ্টি বিৰাজ কৰিছে।

আসাম ট্ৰিবিউনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ইউনাইটেড ক্লাবৰ সন্মুখত থকা আৱৰ্জনাৰ পাত্ৰটো সম্পূৰ্ণৰূপে ভৰি পৰাত এতিয়া সেয়া এক মুকলি আৱৰ্জনা পেলাবলগীয়া স্থানত পৰিণত হৈছে। নিয়মীয়া পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত আৱৰ্জনাসমূহৰ স্তূপ দিনে দিনে বাঢ়ি আহিছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোত দুৰ্গন্ধই বিৰাজ কৰিছে। সংবাদ মাধ্যমত বাৰে বাৰে এই সমস্যাক লৈ বাতৰি প্ৰকাশ পালেও কৰ্তৃপক্ষৰ তৰফৰ পৰা কেৱল সাময়িকভাৱেহে আৱৰ্জনা চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

Apply Now

পৰিবেশ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও এই পৰিস্থিতি অত্যন্ত উদ্বেগজনক। আৱৰ্জনাসমূহৰ দীৰ্ঘদিনীয়া জমা হৈ থকাৰ ফলত ক্ষতিকাৰক বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰ আদিৰ দৰে জীৱাণুৰ বংশবৃদ্ধি হোৱাৰ উপযুক্ত পৰিবেশ সৃষ্টি হৈছে। ইয়াৰ ফলত বায়ু আৰু পানী প্ৰদূষণৰ উপৰি বিভিন্ন সংক্ৰামক ৰোগ বিয়পাৰ সম্ভাৱনা বৃদ্ধি পাইছে। লগতে, পচনশীল আৱৰ্জনাৰ পৰা নিৰ্গত মিথেন আৰু এমোনিয়াৰ দৰে বিষাক্ত গেছসমূহে স্থানীয় লোকৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ বৰ্ষাকালত আৱৰ্জনাসমূহ পানীৰ সৈতে মিহলি হৈ মহ আৰু অন্যান্য ৰোগৰ বাহকৰ প্ৰজনন কেন্দ্ৰ হৈ পৰাৰ আশংকা প্ৰবল হৈছে, যিয়ে ডেংগু আৰু মেলেৰিয়াৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

স্থানীয় সচেতন ৰাইজে অভিযোগ কৰা অনুসৰি, কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰা সত্ত্বেও কোনো স্থায়ী সমাধান সূত্ৰ উলিওৱা হোৱা নাই। বিষয়টো সন্দৰ্ভত দায়িত্বশীল বিভাগৰ নীৰৱতা আৰু জবাবদিহিতাৰ অভাৱে জনসাধাৰণক অধিক ক্ষুব্ধ কৰি তুলিছে। বৰ্তমান সময়ত লামডিং ৰেলৱে কলনিৰ বাসিন্দাসকলে এই স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি পাবলৈ অচিৰেই এক স্থায়ী আৰু বিজ্ঞানসন্মত আৱৰ্জনা নিষ্কাশন ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে। বৰ্তমানলৈকে এই গুৰুতৰ সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ৰে’লৱে কৰ্তৃপক্ষই কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd