• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্থানীয় সুৰক্ষা বাহিনীৰ কৰ্মীক অপসাৰণৰ ষড়যন্ত্ৰক লৈ টিৰাপ কলিয়ৰি উত্তাল 

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , December 8, 2018 12:49 pm

1 min read

Screenshot_20181208-115145
373
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ বিভিন্ন কলিয়ৰিত নিয়োজিত অস্থায়ী সুৰক্ষা কৰ্মীসকলক উৰ্ধতম কৰ্তৃপক্ষৰ অপসাৰণৰ নিদেৰ্শক লৈ আজি উত্তাল হয় মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত টিৰাপ কলিয়ৰি৷ উল্লেখযোগ্য যে এই সুৰক্ষা কৰ্মীসকলক তাৎক্ষণিক ভাৱে চাটাই কৰি সেনা বাহিনীৰ প্ৰাক্তন জোৱানক নিয়োগ কৰাৰ নিদেৰ্শ দিছে ক’ল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই৷

উত্তৰ পূব কয়লা ক্ষেত্ৰৰ অন্তৰ্গত টিৰাপ কলিয়ৰি আজি প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰিলে ঠিকাভিত্তিক নিয়োজিত দুই শতাধিক স্থানীয় সুৰক্ষা কৰ্মীয়ে৷ ১৯৯২ চনৰ পৰা বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ উৎপাদিত কয়লাকে ধৰি বিভিন্ন ধৰণৰ সুৰক্ষাৰ কামত জড়িত এই সকল স্থানীয় সুৰক্ষা কৰ্মীক অপসাৰণ কৰি প্ৰাক্তন সেনা বাহিনীৰ জোৱানক নিযুক্তি দিয়াৰ বাবে কলিকতাস্থিত মুখ্য কাৰ্যালয়ৰ পৰা নিদেৰ্শ দিয়াক কেন্দ্ৰ কৰিয়েই এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে সুৰাক্ষা কৰ্মী সকল৷

প্ৰতিবাদকাৰী সকলে প্ৰায় দুই ঘণ্টা প্ৰতিবাদেৰে টিৰাপ আৰু টিকক কলিয়ৰিৰ কাম-কাজ অচল কৰি দিয়ে৷ পাছত প্ৰতিষ্ঠানটোৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰাৰ অন্তত প্ৰতিবাদী কাৰ্যসূচী সাময়িক ভাৱে প্ৰত্যাহাৰ কৰে৷ অৱশ্যে পুনৰ এই সুৰক্ষা কৰ্মীসকলে আন্দোলন কৰাটো নিশ্চিত৷ যিহেতু বৰ্তমান এই সকল সুৰক্ষা কৰ্মীক পুনৰ কামত জড়িত হ’বলৈ দিয়া হৈছে যদিওঁ কলিকতাস্থিত মুখ্য কাৰ্যালয়ৰ পৰা অহা নিদেৰ্শ বৰ্তমান পৰ্যন্ত প্ৰত্যাহাৰ কৰা হোৱা নাই৷

Recent News

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে, ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

কেইবাখনো গাড়ীক খুন্দিয়াই বাগৰিল কয়লাভৰ্তি ট্ৰাক, সংকটজনক অৱস্থাত দুজন লোক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd