• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নলবাৰীত ছাত্ৰনেতা ভৱজিতৰ মহানুভৱতা: আৰ্তজনক বিতৰণ স্ব-উৎপাদিত শাক-পাচলি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2020 10:31 pm
Lockdown: AASU leader Bhawajit Bezbarua distributes vegetables among poor in Nalbari
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য ভৱজিৎ বেজবৰুৱাই লকডাউনৰ মাজতে আৰ্তজনক সহায়ৰ বাবে লৈছে শলাগ ল’বলগীয়া পদক্ষেপ।

ছাত্ৰ নেতাগৰাকীয়ে কৃষি পামত নিজে উৎপাদন কৰা শাক-পাচলি অঞ্চলটোৰ দুখীয়া পৰিয়ালসমূহৰ মাজত বিতৰণ কৰিছে।

Apply Now

লকডাউনত নলবাৰী জিলাখনৰ কৃষক, বনুৱা, দিনমজুৰ, চালকসকল ভীষণ প্ৰত্যাহ্বানৰ মুখত পৰিছে।

দৰিদ্ৰ লোকসকলক চৰকাৰে চাউল যোগান ধৰিছে যদিও তেওঁলোক দালি, মিঠাতেল আৰু কেঁচা শাক-পাচলিৰ ভীষণ সমস্যাত পৰিছে।

ছাত্ৰ নেতাজন আৰু তেওঁৰ সতীৰ্থ প্ৰগতিশীল চিন্তাৰ যুৱককেইজনমানে উৎপাদিত শাক–পাচলিসমূহ বিক্ৰীৰ পৰিৱৰ্তে লকডাউনৰ মাজতে ভগাই দিয়াৰ সিদ্ধান্ত কৰে।

স্বাৱলম্বনৰ কথা চিন্তা কৰি ভৱজিত বেজবৰুৱাই ধীমান শৰ্মা, বিশ্বজিৎ ভৰালী,মতলেৱ আলী, দেৰাজ আলী আৰু হৰগোবিন্দ তালুকদাৰক সহযোগী হিচাপে লৈ জিলাখনৰ গোৱৰাদলত কৃষিপামখন গঢ়ি তুলিছে।

চৰকাৰী আঁচনিৰ সহায় সহযোগ অবিহনে প্ৰায় ২৫ বিঘা কৃষিভূমিত ছাত্ৰ নেতাগৰাকীয়ে আলু, সৰিয়হ, ৰঙালাউ, ধনীয়াৰ উপৰি বাৰিষাৰ বতৰত হোৱা কেঁচা শাক–পাচলি উৎপাদন কৰিবলৈ সক্ষম হয়।

লকডাউনৰ মাজত কৰ্মহীন হৈ পৰা দৈনিক মজুৰিৰে পৰিয়াল পোহপাল দিয়া লোকসকলক যুৱককেইজনৰ এই পদক্ষেপে যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে।

দুৰ্য্যোগৰ সময়ত যুৱককেইজনে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন নাগৰিকসকলে প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে ছাত্ৰ নেতাজনে লকডাউনৰ মাজতে নিজৰ ঘৰতে অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰো ব্যৱস্থা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd