• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত সোমবাৰে চলিব ১০০ চিটি বাছ, বিভিন্ন জিলালৈ ৫০খন

Nenow এন ই নাও নিউজ
গুৱাহাটী , May 3, 2020 10:00 pm

2 min read

Lockdown: ASTC to run 100 city buses in Guwahati

এ এছ টি চি বাছৰ ফাইল ছবি।

2.6k
VIEWS
Share on FacebookShare on Twitter

অসম ৰাজ্যিক পৰিবহণ নিগমে সোমবাৰে গুৱাহাটীত ১০০খন চিটি বাছ চলাব।

তাৰোপৰি, গুৱাহাটী আৰু বিভিন্ন জিলাৰ মাজত চলিব ৫০খন বাছ।

চিটিবাছকে ধৰি সকলো বাছেই পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত চলাচল কৰিব।

দূৰণিবটীয়া বাছসমূহৰ টিকেট বুকিঙৰ বাবে কেৱল অনলাইন ব্যৱস্থা ৰখা হৈছে।

ৰেড্বাছ পৰ্টেল (redbus.in)ত গৈ বাছসমূহৰ টিকেট বুক কৰিব পৰা যাব।

এ এছ টি চিৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে এই কথা প্ৰকাশ কৰিছে।

তেওঁ টুইটাৰযোগে ৪ মে’ৰ বাবে বাছসমূহৰ সময়সূচী প্ৰকাশ কৰিছে।

সেই অনুসৰি গুৱাহাটীৰ পৰা পুৱা ৬ বজাত যোৰহাট, মাজুলী, সোণাৰি আৰু তিনিচুকীয়াৰ বাছসমূহে যাত্ৰা আৰম্ভ কৰিব।

উত্তৰ লখিমপুৰলৈ পুৱা ৬.৩০ বজাত আৰু শিলচৰ আৰু ডিব্ৰুগড়লৈ ৭ বজাত বাছসমূহে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব।

আনহাতে, তেজপুৰলৈ পুৱা ৭, ৭.৩০ আৰু ৮ বজাত তিনিখন বাছ চলিব।

50 number of city buses from 6 am to 5 pm in Guwahati from tomorrow with following other services , you may book your seat through Red Bus postal pic.twitter.com/0BwxUSFwrz

— Anand Prakash Tiwari (@anandips04) May 3, 2020

কৰ’নাভাইৰাছৰ বিৰুদ্ধে তৃতীয় পৰ্য্যায়ৰ লকডাউনত দিয়া কিছু শিথিলতাৰ মাজত চলিব লগা এই বাছসমূহে ক’ভিড-১৯ সম্বন্ধীয় সকলো সতৰ্কতামূলক ব্যৱস্থা মানি চলিব।

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে বাছসমূহত কেৱল ৫০ শতাংশ যাত্ৰীহে নিব পাৰিব আৰু ৰেড আৰু অৰেঞ্জ জ’নত গাড়ীসমূহ নচলিব।

“ৰেড বা অৰেঞ্জ জ’নৰ মাজৰে ৰাষ্ট্ৰীয় ঘাইপথৰে বাছসমূহ যাব পাৰিব কিন্তু ৰখাব নোৱাৰিব। ৰেড আৰু অৰেঞ্জ জ’নত কোনোধৰণৰ ষ্টপেজ নাথাকিব,” মন্ত্ৰী শৰ্মাই কয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd