• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ দম্পতিৰ মহানুভৱতা: ভাৰা ৰেহাই দিলে ৭জন ছাত্ৰক

Nenow কাজি জেইদুল ইছলাম
বিশ্বনাথ , April 29, 2020 11:21 pm

1 min read

Lockdown: Biswanath couple exempts student tenant’s rent for April

শইকীয়া দম্পতি।

684
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলিৰ এহাল দম্পতিয়ে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুঠ আঠগৰাকী ভাৰাতীয়াক এমাহৰ ভাৰাত ৰেহাই দিছে।

বামগাওঁ নিবাসী দুৰ্গেশ্বৰ শইকীয়া আৰু পৰিবাৰ কমলা ভূঞা শইকীয়াই তেওঁলোকৰ ভাৰাতীয়া হিচাবে থকা সাতগৰাকী ছাত্ৰক ঘৰভাৰা ৰেহাই দিছে।

এপ্ৰিল মাহৰ বাবে তেওঁলোকক ঘৰভাৰা ৰেহাই দিছে দম্পতিহালে।

তাৰোপৰি দম্পতিহালে তেওঁলোকৰ গুৱাহাটীৰ ফ্লেটত ভাৰাতীয়া হিচাপে থকা এজন সাংবাদিককো এপ্ৰিল মাহৰ ভাৰা আধা ৰেহাই দিছে।

দম্পতিহালে বামগাঁৱত বসবাস কৰা দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালসমূহকো খাদ্যসামগ্ৰী যোগান ধৰা বুলি জনাইছে।

কৰ’নাভাইৰাছে সৃষ্টি কৰা সংকটৰ মাজতে বিত্ত মন্ত্ৰী শৰ্মাই পেয়িং গেষ্টবাসী আৰু বেচৰকাৰী চাকৰিয়ালসকলক ভাৰা ৰেহাই দিবলৈ ঘৰৰ মালিকসকলক অনুৰোধ জনাইছিল।

Recent News

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd