• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেৰশ সাংবাদিকক সাহায্য বিতৰণ দিছপুৰ প্ৰেছ ক্লাব, জাফাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2020 10:56 pm
Lockdown: Dispur press club, JAFA distribute relief materials among journos

প্ৰতীকী ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ সংগ্ৰহত নানা সমস্যাৰ সন্মুখীন হোৱা গুৱাহাটীত কৰ্মৰত ডেৰশ সাংবাদিকক দিচপুৰ প্ৰেছ ক্লাবে সাহায্য প্ৰদান কৰে।

দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত জাফাৰ ভেটাপাৰাস্থিত কাৰ্যালয়ত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়।

Apply Now

বিতৰণ কৰা প্ৰতিটো খাদ্য-সামগ্ৰীৰ টোপোলাত আছিল ১৫ কেজি চাউল, ২ কেজি দাইল, ২ কেজি চেনি, ২ কেজি গোটা বুট, চাবোন ৫ টুকুৰা, মিঠাতেল ১ লিটাৰ আদি।

এই  খাদ্য-সামগ্ৰীৰ টোপোলাসমূহ দিছপুৰ প্ৰেছ ক্লাবক যোগান ধৰিছিল আজমল ফাউণ্ডেছনে।

একেটা অনুষ্ঠানতে সাংবাদিক/ সংবাদকৰ্মীসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰা হয়।

মাস্ক আৰু চেনিটাইজাৰসমূহ দিছপুৰ প্ৰেছ ক্লাবক যোগান ধৰিছিল ডাউন টাউন হাস্পতাল, জি এন আৰ চি হাস্পাতাল, বিজেপিৰ গুৱাহাটী মহানগৰ সমিতি আৰু অসম চৰকাৰৰ আবকাৰী বিভাগে।

উল্লেখ্য যে দিছপুৰ প্ৰেছ ক্লাব আৰু জাৰ্ণেলিষ্ট এচোছিয়েশ্বন ফৰ আসাম চমুকৈ জাফাই প্ৰেছ বিবৃতি যোগে আৰ্থিকভাৱে দুৰ্বল সাংবাদিক-সংবাদকৰ্মী সকলক সহায়ৰ হাত আগবঢ়াবলৈ অসমৰ দল-সংগঠন/ অনুষ্ঠান, প্ৰতিষ্ঠানক অনুৰোধ জনোৱাৰ পাছত সাংবাদিক সমাজক সহায়ৰ বাবে বিভিন্নজন আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কে দল সলনি কৰিব আৰু উপ-নিৰ্বাচন হ’ব ৰাইজৰ ধনেৰে! কেন্দ্ৰ আৰু আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ

বিধায়কে দল সলনি কৰিব আৰু উপ-নিৰ্বাচন হ’ব ৰাইজৰ ধনেৰে! কেন্দ্ৰ আৰু আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ

October 27, 2026 9:41 am
নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

নতুন ভোটাৰৰ বাবে সলনি হোৱা নাই প্ৰ-পত্ৰ ৬! বিতৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ

October 27, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd