• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ভিন্ন ৰাজ্যত আবদ্ধ লোকৰ যাতায়াতৰ বাবে মুকলি বিশেষ ৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2020 8:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ বাবে দেশৰ বিভিন্ন ঠাইত আবদ্ধ লোকসকলৰ যাতায়াতৰ বাবে শুকুৰবাৰৰ পৰা ৰেল মন্ত্ৰ্যালয়ে বিশেষ যাত্ৰীবাহী ৰেল মুকলি কৰিছে।

এই ৰেলসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ অনুৰোধত ৰেল মন্ত্ৰ্যালয়ে এই বিশেষ ৰেলসমূহ চলাব।

Apply Now

এই বিশেষ ৰেলসমূহ সংশ্লিষ্ট দুয়ো ৰাজ্য চৰকাৰৰ অনুৰোধত নিৰ্দিষ্ট ঠাইৰ পৰা নিৰ্দিষ্ট ঠাইলৈ চলিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি শ্ৰমিক দিৱসৰ দিনাই আৰম্ভ কৰা এই ৰেলসমূহক “শ্ৰমিক স্পেচিয়েল” ৰেল নাম দিয়া হৈছে।

ৰেলসমূহে বিভিন্ন ঠাইত আবদ্ধ শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্য্যটক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকসকলৰ বাবে যাতায়াতৰ ব্যৱস্থা কৰিব।

Railways start ‘Shramik Special’ Trains to move migrant workers, pilgrims, tourists, students and other persons stranded at different places due to lock down

Trains will be run from point to point on the request of both the concerned State Governmentshttps://t.co/XlDGtrmQXN pic.twitter.com/cFQkkZuZSS

— Ministry of Railways (@RailMinIndia) May 1, 2020

প্ৰক্ৰিয়াটোৰ সুচল পৰিচালনাৰ বাবে ৰেলৱে আৰু ৰাজ্য চৰকাৰ দুয়ো পক্ষই জ্যেষ্ঠ বিষয়াক ন’ডাল বিষয়াৰূপে নিয়োগ কৰিব লাগিব।

পঠিওৱা ৰাজ্যই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ক’ভিড-১৯ৰ স্ক্ৰীনিং কৰিব লাগিব আৰু কেৱল লক্ষণহীন লোককহে যাত্ৰাৰ অনুমতি দিয়া হ’ব।

সম্পূৰ্ণ প্ৰক্ৰিয়াটোত ক’ভিড-১৯ৰ ক্ষেত্ৰত ল’বলগা মুখা পিন্ধা, সামাজিক দূৰত্ব বজাই চলাৰ দৰে সকলো নীতি-নিয়ম বজাই চলিব লাগিব।

অসম চৰকাৰে ইতিমধ্যে বাহিৰত আবদ্ধ অসমৰ লোকসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ বাবে এখন সমিতি গঠন কৰিছে।

অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙৰ অধ্যক্ষতাত গঠিত সমিতিখনে এইক্ষেত্ৰত নিয়মাৱলী (SoP) যুগুত কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am
নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd