• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ দুই বাইদেউৰ ঘোষিত সম্পত্তি : সবাৰো ওপৰত কুইন ওজা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 1, 2019 9:21 pm
BobbeetaQueen-750x375

ফাইল ফটো। ফেচবুকৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত লোক সভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰ বাবে এতিয়ালৈ চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিলে। সমষ্টিটোৰ বাবে দেশৰ দুটাকৈ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ উপৰি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ আৰু স্বৰ্ণ ভাৰত পাৰ্টিৰ প্ৰাৰ্থীয়ে।

সমষ্টিটোৰ বাবে ১ এপ্ৰিললৈকে মনোনয়ন দাখিল কৰা চাৰিগৰাকী প্ৰাৰ্থীৰ ভিতৰত দেশৰ প্ৰধান দুই ৰাজনৈতিক দলৰ দুয়োগৰাকী কোটিপতি।

Apply Now

গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই মনোনয়ন পত্ৰৰ লগত দাখিল কৰা সম্পত্তিৰ তথ্য অনুসৰি তেওঁৰ নিজৰ নামত মুঠ ৩,৯৩,৬৯,২৬৪.৮৩ টকাৰ অস্থাৱৰ সম্পত্তি আছে। আনহাতে তেওঁৰ স্বামীৰ নামত থকা মুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য ৪,১৯,২৮,৫০১.৭৮ টকা। দুয়োৰে মিলাই মুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ৮ কোটি টকা।

ইয়াৰ উপৰি গুৱাহাটী ৬টা স্থানত তেওঁৰ নামত থকা মাটি, ফ্লেট, কমাৰ্চিয়েল বিল্ডিঙকে ধৰি স্থাৱৰ সম্পত্তিৰ মূল্য ৩২,৪৯,৮৭,৮০৫.০০ টকা। আনহাতে, তেওঁৰ স্বামীৰ নামত আছে ২২,৩৯,৩৪,০০০.০০ টকাৰ স্থাৱৰ সম্পত্তি। দুয়োৰে মুঠ স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ৫৫ কোটি টকা।

ব্যৱসায়ক পেচা হিচাপে শপতনামাত লিপিবদ্ধ কৰা কুইন ওজাৰ ২০১৭-২০১৮ বৰ্ষত বাৰ্ষিক আয় আছিল ৪৯,৫৫,৬০৪.০০ টকা। তেওঁৰ স্বামীৰ একেটা বৰ্ষত তেওঁৰ স্বামীৰ আয় ৩৪,৪১,২৮০.০০ টকা।

ইপিনে, কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ হাতত থকা নগদ ধনৰ উপৰি গহনা, বাহন, বেংক, শ্বেয়াৰ বজাৰ আদিৰ জমাকে ধৰি মুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য ৮৪,৯০,০৯৭.৪৮ টকা। তেওঁৰ স্বামীৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য ২,২১,৩১,৬৮৫.৩০ টকা। দুয়োৰে মুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ৩ কোটি টকা।

ইয়াৰ উপৰি জ্যেষ্ঠ কন্যাৰ নামত আছে ৩৪,০২,৪৬৮.০০ আৰু কনিষ্ঠা কন্যাৰ নামত আছে ৮,৭৫,৫৬১.০০ টকাৰ আস্থাৱৰ সম্পত্তি।

ববিতা শৰ্মাৰ নিজৰ নামত থকা স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ৬০,০০,০০০.০০ টকা। আনহাতে তেওঁৰ স্বামীৰ নামত থকা স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ১২,১৫,০০,০০০.০০ টকা। দুয়োৰে স্থাৱৰ সম্পত্তিৰ মুঠ পৰিমাণ প্ৰায় চাৰে বাৰ কোটি টকা।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd