• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিবাহিত মহিলাৰ যৌন স্বাধীনতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ

এন ই নাও, নিউজ by এন ই নাও, নিউজ
March 20, 2025 6:54 pm
420
VIEWS
Share on FacebookShare on Twitter

বিবাহিত মহিলাৰ যৌন স্বাধীনতা সন্দৰ্ভত এক গুৰুত্ব পূৰ্ণ ৰায়দানদিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। সমাজে হস্তমৈথুন বা পৰ্ণগ্ৰাফী চোৱাক অনৈতিক বুলি গণ্য কৰে। আদালতে সমাজৰ এনে ৰক্ষণশীল মনোভাবক নাকচ কৰি কয় যে হস্তমৈথুন বা পৰ্ণগ্ৰাফী চোৱাটো কোনো ‘অপৰাধ নহয়। আৰু ইয়াৰ বাবে আইনী ভিত্তিত স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিব নোৱাৰে।

ন্যায়ালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি তামিলনাডুৰ এজন লোকে তেওঁ পত্নীয়ে হস্তমৈথুন কৰা আৰু পৰ্ণগ্ৰাফী চোৱাৰ অভিযোগ উত্থাপন কৰি আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছিল।

অৱশ্যে নিম্ন আদালতত তেওঁৰ আবেদন নাকচ কৰাত তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি কয় যে পত্নীয়ে পৰ্ণগ্ৰাফী চোৱাটো বিবাহ বিচ্ছেদৰ ভিত্তি হ’ব নোৱাৰে। মহিলাসকলেও পুৰুষৰ দৰে হস্তমৈথুন কৰিব পাৰে।

মহিলাৰ যৌন স্বাধীনতাক লৈ প্ৰশ্ন উত্থাপন কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে, আত্মভোগ নিষিদ্ধ নহয়। পুৰুষৰ হস্তমৈথুন সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য, গতিকে মহিলাসকলেও যদি একে কাম কৰে তেন্তে সেয়া কিয় অস্বাভাৱিক হ’ব বুলি উল্লেখ কৰে।  আদালতে লগতে কয় যে পৰ্ণগ্ৰাফীৰ প্ৰতি আসক্তি থকাটো বেয়া আৰু অনৈতিক। কিন্তু এইটো কেতিয়াও বিবাহ বিচ্ছেদৰ আইনী ভিত্তি হ’ব নোৱাৰে বুলি উল্লেখ কৰে আদালতে।

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd