DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2022 6:16 pm
115
VIEWS
Share on FacebookShare on Twitter

“ৰাজনীতি এৰি ঘৰত ৰন্ধাবঢ়া কৰক।” মহাৰাষ্ট্ৰৰ বিজেপি নেতা চন্দ্ৰকান্ত পাটিলে এনচিপি নেত্ৰী সুপ্ৰিয়া সূলেক উদ্দেশ্যি কৰিছে এই মন্তব্য। সুপ্ৰিয়াই স্থানীয় নিৰ্বাচনত অ’বিচি কোটা সংৰক্ষণকলৈ বিজেপিৰ সম্পৰ্কত মন্তব্য কৰিছিল। ইয়াৰ উত্তৰতে চন্দ্ৰকান্ত পাটিলে এই নাৰী বিদ্বেষমূলক মন্তব্য কৰে।

শেহতীয়াকৈ, উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশৰ স্থানীয় নিৰ্বাচনত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণৰ অনুমতি দিছে। এই প্ৰসংগত সুপ্ৰিয়াই কয়, “মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান দিল্লীলৈ আহিছিল আৰু বিশেষ কাৰোবাক লগ কৰিছিল। ইয়াৰ দুদিনৰ ভিতৰতে মধ্য প্ৰদেশত অ’বিচি সংৰক্ষণৰ অনুমতি দিয়া হয়। মই নাজানো ইমান সোনকালে কেনেকৈ অনুমতি পালে।‘’

উল্লেখ্য যে বিজেপিয়ে কংগ্ৰেছ আৰু শিৱসেনা শাসিত মহাৰাষ্ট্ৰতো অ’বিচি সংৰক্ষণৰ দাবী জনাইছে।

লগতে পঢ়ক: উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

সুপ্ৰিয়াৰ এই মন্তব্যৰ পিছতে পাটিলে কয়, “আপুনি ৰাজনৈতিক ক্ষেত্ৰত কিয় আছে? ঘৰলৈ যাওক আৰু ৰন্ধাবঢ়া কৰক।‘’

তেওঁ লগতে কয়, “দিল্লীলৈ গৈয়েই হওঁক বা কবৰস্থানলৈ গৈয়েই হওঁক, আমাৰ অ’বিচি সংৰক্ষণ কৰি দিয়ক।‘’

এনচিপিয়ে এই মন্তব্যৰ তীব্ৰ গৰিহণা দিছে। আক্ৰমণৰ সন্মুখীন হৈয়েই চন্দ্ৰকান্ত পাটিলে স্পষ্টীকৰণ দি কয়, “মই মহিলাসকলক সন্মান কৰোঁ। মই সুপ্ৰিয়াজীৰ সৈতে বহুত কথা পাতো। মই মাত্ৰ ক’ব খুজিছিলো যে তেওঁ গাওঁলৈ গৈ মানুহৰ কাষত থিয় দিয়ক।”

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

এনচিপি নেতা বিদ্যা চৌহানে কয়, “চন্দ্ৰকান্তে ৰুটি বনাবলৈ শিকিব লাগে যাতে তেওঁ তেওঁৰ পত্নীক ঘৰত সহায় কৰিব পাৰে। আমি জানো যে বিজেপিয়ে মনুসংহিতা মানি চলে। কিন্তু আমি আৰু মুখ বন্ধ কৰি থাকিব নোৱাৰো।”

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী তথা সুপ্ৰিয়াৰ ভাতৃ অজিত পাৱাৰে কয়, “তেওঁৰ এনেদৰে কথা কোৱাৰ কোনো অধিকাৰ নাই।‘’

লগতে পঢ়ক: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

আনহাতে, সুপ্ৰিয়াৰ স্বামী সদানন্দ সূলে কয়, “মোৰ পত্নী এগৰাকী মাতৃ, এগৰাকী গৃহিনী আৰু এগৰাকী সফল ৰাজনীতিবিদ। মই তেওঁৰ বাবে গৌৰৱান্বিত। বিজেপিয়ে সদায় বিদ্বেষমূলক আচৰণ কৰে আৰু মহিলাসকলক হাৰাশাস্তি কৰে। 

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd