• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 16, 2021 7:06 pm

1 min read

arrest-istock-1591718285
247
VIEWS
Share on FacebookShare on Twitter

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এজন প্ৰেমিক।

ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৩০ বছৰীয়া প্ৰেমিকজনে যোৱা ২১ অক্টোবৰত ৩২ বছৰীয়া নিজ প্ৰমিকাক হত্যা কৰি নিজৰ ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল।

পৰিয়ালৰ লোকে কন্যাই কিছুদিন যোগাযোগ নকৰাত প্ৰেমিকক এই বিষয়ে সোধাত প্ৰেয়সীয়ে গুজৰাটৰ ভাপিলৈ গুচি যোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালক।

ইয়াৰ পিছতো যোৱা চাৰি মাহে নিজ কন্যাৰ কোনো সন্ধান লাভ নকৰাত পৰিয়ালৰ লোকে অৱশেষত আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

আৰক্ষীয়ে প্ৰেমিকক আটক কৰি জেৰা কৰাত ঘটনা সন্দৰ্ভত সকলো কথা আৰক্ষীৰ আগত প্ৰকাশ কৰে আৰু আৰক্ষীয়ে প্ৰেমিকৰ ফ্লেটৰ ৱালত লুকুৱাই ৰখা অৱস্থাত প্ৰেয়সীৰ কংকালসাৰ উদ্ধাৰ কৰে।

আৰক্ষীৰ আগত প্ৰেমিকে দিয়া স্বীকাৰোক্তিৰ মতে তেওঁলোকৰ মাজত যোৱা পাঁচ বছৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু প্ৰেয়সীয়ে বিয়াৰ বাবে বাৰে বাৰে হেঁচা দিয়াৰ বাবেই তেওঁ প্ৰেয়সীক হত্যা কৰে।

ইতিমধ্য প্ৰেয়সীৰ পৰিয়ালৰ লোকৰ এজাহাৰ ভিত্তিত হত্যাৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত অভিযুক্ত প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd