• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাড়ী কিনাৰ প্ৰয়োজন নাই! মাত্ৰ ১৯,৭২০ টকাতে লাভ কৰক এখন মহিন্দ্ৰাৰ বাহন; চাওক কেনেকৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2019 1:09 pm
100680-mahindraxuv300

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ছাৱস্ক্ৰিপশ্যন অফাৰত লাভ কৰিব পৰা বাহনৰ এটা মডেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহৎ কোম্পানী মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই ইয়াৰ নিজৰ বাহনসমূহৰ গ্ৰাহকৰ বাবে Revv ৰ সৈতে পাৰ্টনাৰশ্বিপত এক ছাৱস্ক্ৰিপশ্যন ভিত্তিক ব্যৱস্থা মুকলি কৰিছে।

কোম্পানীটোৱে দাবী কৰা মতে এই সম্পূৰ্ণ নতুন পদ্ধতিত নিজাকৈ নিকিনাকৈয়ে গ্ৰাহকে এখন ব্ৰেণ্ড নিউ বাহন ব্যৱহাৰ কৰিব পাৰিব।

Apply Now

এই অফাৰ ইন্স্যুৰেন্স আৰু পথৰ মেৰামতিৰ চাৰ্জকে ধৰি প্ৰতিমাহে ১৯,৭২০ টকাৰ পৰা এক ছাৱস্ক্ৰিপশ্যন মূল্যত আৰম্ভ কৰা হৈছে।

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই কৈছে যে ইয়াৰ দ্বাৰা ইয়াৰ বাহনৰ মালিকীস্বত্ত্বৰ অভিজ্ঞতা অধিক শিথিল,সুলভ আৰু পতিয়নযোগ্য কৰা হৈছে।

গ্ৰাহকৰ বাবে ছাৱস্ক্ৰিপশ্যনৰ লাভসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে সম্পূৰ্ণ সুবিধা, জিৰ’ ডাউন পেমেন্ট, পথ কৰ ৰেহাই, বাহনখনৰ ৰিছেল ভেল্যুৰ ওপৰত জিৰ’ ৰিস্ক আৰু এক নিৰ্দিষ্ট পৰিমানৰ ধন য’ত অন্তৰ্ভুক্ত হৈ আছে নিয়মীয়া মেৰামতিৰ খৰচ।

আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে কোম্পানীটোৱে প্ৰকাশ কৰা মতে আপোনাৰ এক নিৰ্দিষ্ট ন্যুনতম ছাবস্ক্ৰিপশ্যনৰ সময়ৰ ভিতৰত আপুনি বাহনখনৰ মডেল সলনি কৰাৰো সুযোগ পাব।

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ আটোমটিভ ডিভিজনৰ বিক্ৰী আৰু বিপণনৰ মুৰব্বী বিজয় ৰাম নাক্ৰাই কয়,’’ আমি  আমাৰ নিজৰ বাহনসমূহৰ খুচুৰা গ্ৰাহকসকলৰ বাবে এক সম্পূৰ্ণ নতুন ছাৱস্ক্ৰিপশ্যন মডেল মুকলি কৰি আনন্দিত হৈছো। এই শিথিল, অতি সুলভ অফাৰৰ জৰিয়তে আমি আমাৰ গ্ৰাহকসকলৰ তেওঁলোকৰ আকাংখিত বাহনখন ইয়াৰ মালিকীস্বত্ত্বৰ প্ৰয়োজন নোহোৱাকৈ চলাই ফুৰিব পৰাত সহায় কৰাৰ আশা কৰিছো। এইটোৱে সম্পূৰ্ণ ব্ৰেণ্ড মহিন্দ্ৰাৰ এলানি নতুন গ্ৰাহকক আকৰ্ষণ কৰাত সফল কৰিব।‘’

গ্ৰাহকসকলে ৱেবছাইটত গৈ ৬ খনতকৈও অধিক মহিন্দ্ৰাৰ মডেলৰ বাহনৰ মাজৰ পৰা বাহনখন নিৰ্বাচন কৰিব পাৰে। ছাৱস্ক্ৰিপশ্যন অফাৰৰ বাবে তেওঁলোকৰ যোগ্যতা নিশ্চিত কৰিবলৈ কিছু ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাৰ পাছত, গ্ৰাহকজনে নিৰ্বাচন কৰা মডেল আৰু ব্যৱহাৰৰ বাবে নিৰ্দ্ধাৰণ কৰা সময়ৰ ওপৰত ভিত্তি কৰি এক ৰিফাণ্ডৱেল ধন জমা কৰিব লাগিব।

কোম্পানীয়ে তাৰ পাছত বাহনখনৰ বাবে অৰ্ডাৰ গ্ৰহণ কৰিব। সাধাৰণতে এমাহৰ ভিতৰতে বাহনখন ডেলিভাৰি দিয়া হ’ব যদিও ইয়াৰ পূৰ্বে গ্ৰাহকে এমাহৰ ফীজ আগতীয়াকৈ জমা কৰিব লাগিব।

সেইদৰে তেওঁলোকে ছাবস্ক্ৰিপশ্যনৰ সময়ছোৱাত প্ৰতিমাহে ফীজ আদায় দিয়াৰ প্ৰয়োজন হ’ব।

মহিন্দ্ৰাৰ ছাৱস্ক্ৰিপশ্যন মডেলত সুলভ বাহনসমূহৰ ভিতৰত আছে KUV100, XUV500, XUV300, Scorpio, TUV300, Marazzo আৰু Alturas G4. নতুন কাৰৰ ক্ষেত্ৰত এবছৰৰ পৰা চাৰিবছৰলৈ এই সুবিধা থাকিব।

এবাৰ ন্যুনতম ছাবস্ক্ৰিপশ্যনৰ সময়ছোৱা পাৰ হ’লে, গ্ৰাহকে বাহনখন বিক্ৰী কৰাৰ কোনো ঝামেলা নোহোৱাকৈ তাক ঘুৰাই দিবপাৰে আৰু এখন নতুন বাহন ল’ব পাৰে।  নাইবা তেওঁলোকে এক পূৰ্ব নিৰ্দ্ধাৰিত চাৰ্জৰ বিনিময়ত বাহনখন কোম্পানীৰ পৰা কিনি লৈ ইয়াৰ স্বত্ত্ব লাভ কৰাৰো বিকল্প আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd