• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ATMৰ টকা উলিয়াই দিয়াত সহায় কৰি কাৰ্ড সলনিৰে লুটিলে একাউন্টৰ ধন; আটক প্ৰৱঞ্চক

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
January 18, 2022 9:35 am
ATM Thief Kaliabor

আৰক্ষীৰ জালত প্ৰৱঞ্চক নাজিৰ হুছেইন। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি ATM পৰা টকা উলিয়াবলৈ কোনো অচিনাকি লোকৰ সহায় লৈছে নেকি ? তেন্তে সাৱধান হওঁক।

এটিএমৰ পৰা টকা উলিয়াবলৈ অচিনাকি লোকৰ সহায় লৈ বিপদত পৰিছে নগাঁও জিলাৰ চামগুৰিৰ নিজৰি গাওঁৰ অনু তাঁতী নামৰ এগৰাকী মহিলা ।

যোৱা বৰ্ষৰ অক্টোবৰ মাহত অনু তাঁতীয়ে নিজৰ ভতিজাক স্বপন তাঁতীক এলাহাবাদ বেংকৰ এখন এটিএম পইচা উলিয়াবলৈ দিয়ে।

Apply Now

সেইমতে স্বপন তাঁতীয়ে মিছা আৰক্ষী চকীৰ অন্তৰ্গত কেলিডেন চাহ বাগিচাৰ এটিএমত পইচা উলিয়াবলৈ চেষ্টা কৰি বিফল হোৱাত নাজিৰ হুছেইন নামৰ লোক জনৰ সহায় লয়।

লগতে পঢ়ক: কোভিড পজিটিভ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি; জিএমচিএইচত ভৰ্তি

নাজিৰে নগদ ২০,০০০ টকা উলিয়াই স্বপন তাঁতীৰ হাতত দিয়ে। কিন্তু নাজিৰ হুছেইনে স্বপন তাঁতীৰ অজ্ঞাতে এলাহাবাদ বেংকৰ এটিএম খন ঘূৰাই দিয়াৰ পৰিৱৰ্তে মাক কৰিনা খাতুনৰ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ জখলাবন্ধা শাখাৰ চি এছ পি বামুনি শাখাৰ অন্তৰ্ভুক্ত এটিএম খন দি পঠিয়ায়।

অৱশ্যে এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। কিয়নো অনু তাঁতীয়ে উক্ত এটিএম কাৰ্ড খনৰে পইচা উলিয়াব নোৱাৰি সচেতন লোকৰ সহায় লোৱাত প্ৰথমে এটিএম কাৰ্ড খন সাল-সলনি হোৱাৰ কথা পোহৰলৈ অহাত বেংকৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰাৰ পাছতে আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

নাজিৰ হুছেইন নামৰ লোকজনে ইতিমধ্যে অনু তাঁতীৰ একাউণ্টৰ পৰা প্ৰায় ১,৮০,০০০ টকা হৰলুকী কৰাৰ তথ্য প্ৰমাণিত হৈছে। এই সমুদায় ধন সলনি কৰা এটিএম কাৰ্ড খনৰ জড়িয়তে হোৱা বুলি বেংক কৰ্তৃপক্ষই স্পষ্ট কৰিছে।

লগতে পঢ়ক:চীনৰ ইতিহাসত সৰ্বনিম্ন জন্মৰ হাৰৰ ৰেকৰ্ড; সন্তান জন্ম দিয়াৰ আগ্ৰহ হ্ৰাস!

আনহাতে, এই সম্পূৰ্ণ ঘটনা সম্পৰ্কত অনু তাঁতীৰ পৰিয়ালে কলিয়াবৰৰ মিছা আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত মিছা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মণি কান্ত সজাতিয়ে মিছা আৰক্ষীৰ সহযোগত এক অভিযান চলাই সোমবাৰে নিশা নাজিৰ হুছেইনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। নাজিৰ হুছেইন পেছাত এজন মটৰ চাইকেলৰ মেকানিক।

বৰ্তমান আৰক্ষীয়ে নাজিৰ হুছেইনক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। ধৃত নাজিৰ হুছেইনৰ ঘৰ কলিয়াবৰ খানৰ অন্তৰ্গত নিজৰি গাওঁত ।

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd