• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামদাঙত চোৰাং কয়লাৰ বিৰুদ্ধে অভিযানত তিনিখন মেক্স পিক আপ গাড়ী সহ ৮জনক গ্ৰেপ্তাৰ

‘খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা’ নীতি পৰিহাৰ কৰিবলৈ আৰক্ষীক আহ্বান সচেতন মহলৰ

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
February 4, 2022 7:07 am
Videoframe_20220203_192501_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী অঞ্চলত চোৰাং কয়লাৰ বিৰুদ্ধ মাৰ্ঘেৰিটা আৰক্ষীয়ে বৃহস্পতিবাৰে অতৰ্কিত অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে তিনিখন মেক্স গাড়ী কয়লা সহ জব্দ কৰাৰ লগতে ৮ জনক আটক কৰে। 

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰৰ নেতৃত্বত এটি আৰক্ষীৰ দলে নামদং কলিয়ৰি অঞ্চলটোৰ বিভিন্ন স্থানত অভিযান চলাই AS23 CC3493 AS23 AC 9715আৰু AS23CC 4192 নম্বৰৰ তিনিখন কয়লাভৰ্তি মেক্স জব্দ কৰে আৰু এই সংক্ৰান্তত ৮ জনক আটক কৰে।

আৰক্ষীয়ে নামদাং সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম অঞ্চলত অবৈধভাৱে কয়লা খনন কৰাৰ বাবে চোৰাং ব্যৱসায়ীয়ে গঢ়ি তোলা আণ্ডাৰগ্ৰাউণ্ড মাইনিংবোৰো ধ্বংস কৰে।

Apply Now

লগতে পঢ়ক: মাৰ্ঘেৰিটা মহকুমা আৰক্ষীৰ অভিযানত ৫জন যুৱক আটক; বৃহৎপৰিমাণৰ ড্ৰাগছ, নগদ ধন জব্দ

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কয়লা চোৰ জনৈক বিতু-পাপু আৰু জনৈক মিন্তুৱে উক্ত অঞ্চলত অবৈধভাৱে এই চোৰাং কয়লাৰ বেহা দীৰ্ঘ দিন ধৰি চলাই আহিছিল।

মাৰ্ঘেৰিটা আৰক্ষী থানা গোচৰ নং ২৯৬ /২১ ১২০(বি) ১৮৮, ৩৭৯, ৪১১, ভাৰতীয় দণ্ডবিধি আইনৰ আৰ / ডাব্লিউ চেক্চন পি ডি পি পি’ত গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, আৰক্ষীয়ে কেৱল কয়লা চোৰৰ লগত জড়িত পুথি খলিহনাকে আটক কৰাৰ বিপৰীতে ৰৌ-বৰালিৰ বিৰুদ্ধে অভিযান থমকি ৰোৱাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক:নিৰ্বাচনী হিংসা! উত্তৰ প্ৰদেশত আছাদুদ্দিন ওৱেছিৰ গাড়ীলৈ লক্ষ্য কৰি চলিল গুলী

প্ৰতি নিশাই লিডু, লেখাপানী, নামদাং, বৰগোলাই, বম গাঢ়া আদি অঞ্চলৰ পৰা ট্ৰাকে ট্ৰাকে কয়লাৰ চোৰাং বেহা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈ আছে।

বৃহৎ কয়লাৰ চোৰাং বেহা বা কয়লা চিণ্ডিকেটত ৰাজনৈতিক আশীৰ্বাদপুষ্ট লোক এনে বেহাৰ লগত জড়িত বাবেই আৰক্ষী চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে। 

‘খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা” নীতিৰ পৰিহাৰ কৰি চোৰাং কয়লা বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’বলৈ আৰক্ষীক সচেতন ৰাইজে আহ্বান জনাইছে।

লগতে পঢ়ক:দিল্লীৰ ঘৰ বিক্ৰী কৰিলে অমিতাভ বচ্চনে; দাম শুনিলেই চকু কপালত উঠিব আপোনাৰ!

এইক্ষেত্ৰত অনাগত সময়ত আৰক্ষী প্ৰশাসনৰ স্থিতি কেনে হয় সেইয়া অতি লক্ষণীয় হ’ব। 

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd