DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
May 21, 2022 11:50 am
126
VIEWS
Share on FacebookShare on Twitter

হাজোত মুখ্যমন্ত্ৰীক একপ্ৰকাৰ মুকলি প্ৰত্যাহ্বান জনাইছে দালালে। মুখ্যমন্ত্ৰীৰ হুংকাৰৰ ৪৮ ঘণ্টা নৌহওঁতেই হাজোত সক্ৰিয় ৰূপত ধৰা দিছে দালাল চক্ৰ।

দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই কঠোৰ হৈছে সিমানেই যেন এতিয়া যেন সক্ৰিয় হৈ পৰিছে দালাল চক্ৰ। বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত দালাল ৰাজৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কঠোৰ হোৱাৰ সময়তে তীৰ্থনগৰী হাজো উন্নয়ন খণ্ডত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে দালাল চক্ৰক।

লগতে পঢ়ক: ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

মুখ্যমন্ত্ৰীৰ সকীয়নিক একপ্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত ১০০ নং শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তৰ হিতাধিকাৰীক গৃহ প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে।

পঞ্চায়তখনৰ একাংশ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত দালাল চক্ৰই এতিয়া টাৰ্গেট কৰি লৈছে দৰিদ্ৰ লোকসকলক আৰু ঘৰে ঘৰে গৈ নামি পৰিছে ধন সংগ্ৰহত। এমুঠি অন্ন বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি থকা এই সকল দুৰ্ভগীয়া লোকে পাবলগীয়া চৰকাৰী গৃহত এতিয়া যেন দালালৰ শেনচকু।

লগতে পঢ়ক: ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

আনহাতে, দালাল চক্ৰৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বাঘৰ দৰে জপিয়াই পৰাৰ হুংকাৰ প্ৰদান কৰিছে যদিও হাজো উন্নয়ন খণ্ডত মুকলিকৈ চলি থকা অবাধ দালালৰাজৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হৈ পৰিছে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd