• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Lal Thanhawla নতুনৰ বাবে বাট এৰি দি ৰাজনীতিৰ পৰা অৱসৰৰ কথা ঘোষণা মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱলাৰ

এন ই নাও নিউজ, আইজল by এন ই নাও নিউজ, আইজল
November 15, 2021 9:54 am
1-1494740036
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lal Thanhawla নতুন, উদ্যোগী নেতাৰ হাতত নেতৃত্ব এৰি  শীঘ্ৰেই ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি লাল থানহাৱালাই।

৮৩ বছৰীয়া প্ৰসিদ্ধ ৰাজনীতিকগৰাকীয়ে দেওবাৰে সাংবাদিকৰ আগত কয় যে তেওঁ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লৈছে আৰু অহা অহা ২০২৩চনত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।

শুকুৰবাৰে দলীয় কাৰ্যালয়ত তেওঁৰ আনুষ্ঠানিক বক্তৱ্যত কংগ্ৰেছ নেতাগৰাকীয়ে কয় শীঘ্ৰেই তেওঁৰ অৱসৰ গ্ৰহণৰ বিষয়ে ইংগিত দাঙি ধৰি পৰৱৰ্তী বিধাৱনসভাৰ নিৰ্বাচন নেখেলাৰ কথা সদৰী কৰিছিল।

Apply Now

মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অধিক সক্ষম তথা উদ্যোগী নতুন যুৱ নেতাৰ বাবে বাট মুকলি কৰি দি তেওঁ মাত্ৰ বৰ্তমানৰ কাৰ্যকাল (২০১৯-২০২২) টো সমাপ্ত কৰিব।

Also Read: Grenades Recovered আসাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ পাছতে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত উদ্ধাৰ M79 গ্ৰেনেড

পাঁচবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন নেতৃত্বৰ অধীনত কংগ্ৰেছ দলটোৰ উত্থান অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে।

এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি তথা প্ৰাক্তন বিত্তমন্ত্ৰী লালসাওতাই লাল থানহাৱালাৰ আইত দলৰ মুৰব্বী হিচাপে দায়িত্ব ল’ব।

লাল থানহাৱালাই ১৯৬০চনত মিজো নেশ্যনেল ফ্ৰন্টৰ নেতৃত্বৰ বিদ্ৰোহী সংগঠনত যোগ দিছিল আৰু ১৯৬৭ চনত কাৰাগাৰৰ পৰা মুকলি হৈ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল।  

Also Read: T20 World Cup অষ্ট্ৰেলিয়াৰ বিশ্বজয়; ক্ৰিকেট অনুৰাগীৰ অন্তৰ জয় কৰিলে নিউজিলেণ্ডে

১৯৭৩চনত তেওঁ মিজোৰাম কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈ বৰ্তমানলৈকে কাৰ্যনিৰ্বাহ কৰি আছে।

তেওঁ ১৯৮৪চনৰ পৰা ২০১৮ চনৰ ভিতৰত পাঁচবাৰকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈছিল। 

এন ই নাও নিউজ, আইজল

এন ই নাও নিউজ, আইজল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd