• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ শেষ নিশাৰ খেলত ভুল নাযাবলৈ ৰাইজক আহ্বান বিধায়ক ৰমাকান্ত দেউৰীৰ

চানু গগৈ by চানু গগৈ
February 7, 2021 6:48 am
WhatsApp Image 2021-02-06 at 9.01.00 PM

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নহ’লেও ৰাজ্যখনৰ শাসক বিৰোধীকে ধৰি সকলো দলেই সম্প্ৰতি অঘোষিত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে।

উল্লেখযোগ্য যে শনিবাৰে ৮১ নং লাহৰীঘাট বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ পৃষ্ঠা প্ৰমূখ সন্মিলনখন সমষ্টিটোৰ কুশতলি আঞ্চলিক ৰসা মণ্ডপত অনুষ্ঠিত হয়।

Apply Now

মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীন মেধিৰ সঞ্চালনাত অনুষ্ঠিত সন্মিলনখনত মুখ্য অতিথিৰূপে উপস্থিত থকা মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী গৰাকীক ভোট প্ৰদান কৰি জয় যুক্ত কৰিব লাগিব বুলি আহ্বান জনায়।

তেওঁ লগতে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক ডাঃ নজৰুল ইছলামক সমালোচনা কৰি নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ শেষ নিশাৰ খেলত ভুল নাযাবলৈ সকলোকে অনুৰোধ জনায়।

ইফালে আগন্তুক নিৰ্বাচনত অসম জাতীয় পৰিষদে যি চৰকাৰ গঠন কৰা সপোন দেখিছে সেই অসম জাতীয় পৰিষদ দলে এখনো আসন নাপায় বুলি কৈ অসম জাতীয় পৰিষদক অসম জুই লগা পাৰ্টি বুলি ইতিকিং কৰে।

একেদৰে সন্মিলনখনত মৰিগাঁও জিলাৰ প্ৰভাৰী বিচিত্ৰ নাৰায়ণ কলিতাই শনিবাৰে অনুষ্ঠিত পৃষ্ঠা প্ৰমূখৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই কয় যে বিগত ২০১৬ চনৰ নিৰ্বাচনত লাহৰীঘাট সমষ্টিত মিত্ৰ দল অসম গণ পৰিষদক দিছিল যদিও জয় লাভ কৰিব নোৱাৰিলে।

এইবাৰ কিন্তু সমষ্টিটোত বিজেপি দলৰ কৰ্মী সকলে দলীয় প্ৰাৰ্থী দাবী কৰিছে আৰু সেই অনুসৰি তেওঁলোকে দলীয় উচ্চৰীয় স্তৰত বিষয়টো অৱগত কৰিব বুলি সকলোকে আশ্বাস দিয়াৰ লগতে দলীয় প্ৰাৰ্থী দিলে জিকাই আনিবলৈয়ো দাবী জনায়।

জিলা বিজেপিৰ সম্পাদক নিৰ্মল কোঁৱৰে আঁতধৰা পৃষ্ঠা প্ৰমূখ সন্মিলনখনত লাহৰীঘাট সমষ্টিৰ বিস্তাৰক চিত্ৰ ৰাজখোৱাৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰী, সদস্য দুলাল ব্ৰহ্ম, কুশতলি মণ্ডলৰ সভাপতি জিলুৰাম পাতৰ, লাহৰীঘাট মণ্ডলৰ সভাপতি শংকৰ বসুমতাৰী, নিজ গেৰুৱা মণ্ডলৰ সভাপতি বিষ্ণু বিশ্বাস, নিজ গেৰুৱা জিলা পৰিষদৰ সদস্য সঞ্জয় ব্ৰহ্মকে ধৰি ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ কেইবা গৰাকী দলীয় বিষয় ববীয়া উপস্থিত থাকে।

একেদৰে সন্মিলনখনত সমষ্টিটো তথা লাহৰীঘাট, কুশতলি আৰু নিজ গেৰুৱা মণ্ডলৰ বিষয় ববীয়া, কাৰ্যনিৰ্বাহক,মণ্ডল মৰ্চাৰ বিষয় ববীয়া, কাৰ্যনিৰ্বাহক, বুথ সমিতিৰ বিষয় ববীয়া, বুথ সমিতিৰ পৃষ্ঠা প্ৰমূখ, শক্তি কেন্দ্ৰৰ আহ্বায়ক সকল, দলটোৰ জিলা পৰিষদৰ সদস্য সদস্যা, পঞ্চায়ত সভাপতি, ৱাৰ্ড সদস্য সদস্যা, আঞ্চলিক পঞ্চায়তৰ সদস্য সদস্যা সকলে অংশগ্ৰহণ কৰে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd