• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত ডেৰ শতাধিক লোকৰ কংগ্ৰেছত যোগদান

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 24, 2020 8:05 pm
More than 150 persons join Congress in Margherita
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ২০২১ নিৰ্বাচনী চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত কুছকাৱাজ বৃদ্ধি পাইছে।

মাৰ্ঘেৰিটাত আজি শামুকজান আৰু ইনথেমৰ গাঁও পঞ্চায়তৰ অধীনৰ প্ৰায় ডেৰ শতাধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

Apply Now

এইসকলৰ মাজত বিজেপি দলৰ সদস্য তথা কৰ্মীও থকা বুলি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সম্পাদক তাৰা প্ৰসাদ দিহিঙীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত মাৰ্ঘেৰিটা নগৰস্থিত কংগ্ৰেছ ভৱনত আয়োজিত এক যোগদান কাৰ্যসূচী অনুষ্ঠানৰ পৌৰোহিত্য কৰে ব্লক কংগ্ৰেছৰ সভাপতি মনোৰঞ্জন বৰগোহাঁয়ে।

তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতাই সভাত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰি স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে।

কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰো সমালোচনা কৰে নেতা গৰাকীয়ে।

ব্লক কংগ্ৰেছৰ উপ সভাপতিদ্বয় ক্ৰমে সৰোজ ৰয় আৰু তৌফিক খান, কোষাধ্যক্ষ নৃপেন ৰয়, সম্পাদক ৰুবুল গগৈ, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা শ্যাম গোহাঁই, ব্লক কংগ্ৰেছৰ সম্পাদক সুনীতা নেৱাৰ, জিলা যুৱ কংগ্ৰেছৰ সম্পাদক গৌৰৱ শৰ্মা, বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ উপ সভাপতি আলফাজ আহমেদ, সম্পাদকদ্বয় ক্ৰমে নজৰুল হুছেইন আৰু প্ৰাঞ্জল চেতিয়া আদি উপস্থিত আজিৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

সভাৰ অন্তত সভাপতি মনোৰঞ্জন বৰগোহাঁয়ে এক প্ৰেছ মিটৰ যোগে মাৰ্ঘেৰিটা সমষ্টিত অৰোণোদয় আচঁনি ৰূপায়নত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰি কয় যে এই সন্দৰ্ভত দলৰ ফালৰ পৰা দুৰ্নীতি বন্ধৰ দাবীত অনতিপলমে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

কংগ্ৰেছ নেতৃবৃন্দই আজি নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰাসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd