DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, September 22, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰত্যাহ্বান গ্ৰহণ, সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক তুলা-ধূনা গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2023 9:11 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি অধিগ্ৰহণ আৰু কেন্দ্ৰৰ পৰা ১০ কোটি টকাৰ সাহাৰ্য্যৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাই কৈছিল যে মোৰ পত্নীয়ে কেন্দ্ৰৰ পৰা ১০ কোটি টকা ৰাজসাহাৰ্য্য লাভ কৰাৰ কথা কোনোবাই তথ্য সহকাৰে প্ৰমাণ কৰি দিব পাৰিলে মই ৰাজহুৱা জীৱোন ত্যাগ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগো কৰিম।

মুখ্যমন্ত্ৰীৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আজি গৌৰৱ গগৈয়ে সংবাদমেলযোগে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ১০৬ বিঘা মাটি ক্ৰয় কৰি সেই মাটি বক্ৰপথেৰে শ্ৰেণী পৰিৱৰ্তন কৰাৰ কথা তথ্য সহকাৰে প্ৰমাণ কৰি দিয়ে। লগতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে লাভ কৰিলে ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা কথাটোও তথ্য-প্ৰমাণ সহকাৰে উদঙাই দি হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ আৰু ৰাজহুৱা জীৱন ত্যাগ কৰিবলৈ আহ্বান জনাই।

সংবাদ মেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে মই যিকোনো আইনী প্ৰত্যাহ্বানক আদৰণি জনাইছোঁ।

ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিষয়ে মিছা তথ্য প্ৰচাৰ কৰি সমাজত তেখেতৰ ভাবমূৰ্ত্তি নষ্ট কৰাৰ অভিযোগত গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ তৰাৰ ভাবুকি প্ৰদান কৰিছিল। ইতিমধ্যে সেই প্ৰত্যাহ্বানক আদৰণি জনাইছে গৌৰৱ গগৈয়ে। লগতে গগৈয়ে দীঘলীয়া সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ তথ্য সহাকাৰে উপস্থাপন কৰে। 

এই আবণ্টন সন্দৰ্ভত সাংসদ গগৈয়ে কয় যে মুখ্যমন্ত্রীৰ পৰিয়ালৰ মালিকানাধীন এটা মিডিয়া হাউছে যথেষ্ট পৰিমাণৰ কৃষিভূমিৰ অধিগ্ৰহণ আৰু পৰৱৰ্তী সময়ত বিজুলীৰ গতিবেগেৰে কম সময়ৰ ভিতৰতে ঔদ্যোগিক সম্পত্তিলৈ ৰূপান্তৰিত কৰাৰ বিস্তৃত তদন্তৰ দাবী জনাইছে সাংসদ গগৈয়ে।

Recent News

India vs Australia

অনবদ্য ভাৰত: ম’হালীত থমকিল অষ্ট্ৰেলিয়া

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

চলন্ত টেক্সিত দলৱদ্ধভাবে ধৰ্ষণ ১৪ বছৰীয়া কিশোৰীক, গ্ৰেপ্তাৰ দুই অভিযুক্ত

Ramesh Bidhuri Danish Ali

ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

বিপদ! নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd