• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৌৰ নিৰ্বাচন: বিজেপিয়ে এখন সভা কৰিলেই যদি ৰণডংকা হয়, তেন্তে আমিও তেনে ৰণডংকা বজাইছো— ফণীভূষণ চৌধুৰী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 11, 2021 3:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত পৌৰসভাৰ নিৰ্বাচন। এইবাৰৰ পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে অগপৰ সৈতে একেলগে নিৰ্বাচন খেলাৰ সলনি একক ভাবে নিৰআবাচনত অৱতীৰ্ণ হ’ব বুলি কথা ওলাই আছে। এনেসময়তো পৌৰ নিৰ্বাচনৰ প্ৰসংগত কেগবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অগপৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে।

সাংবাদিকে শেহতীয়াভাৱে বঙাইগাঁও জিলা বিজেপিৰ তৰফৰ পৰা আগন্তুক পৌৰসভা নিৰ্বাচনত বিজেপি দলে এককভাৱে নিৰ্বাচন খেলিব বুলি কৰা ঘোষণা কৰাৰ লগতে ৰণডংকা বজোৱা সন্দৰ্ভত বিধায়ক চৌধুৰীক প্ৰশ্ন কৰাত তেওঁ কয় যে এখন সভা কৰিলেই যদি ৰণডংকা হয় তেন্তে আমিও ৰণডংকা কৰি আছো ৷

Apply Now

তেওঁ কয় যে বিগত বঙাইগাঁও পৌৰসভা নিৰ্বাচনত ২৫ খন আসনৰ ভিতৰত অগপই ২০ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷গতিকে আমাৰ যি শক্তি সেই শক্তি আজিও অক্ষুন্ন আছে ৷

যেনেধৰণে ব্যৱস্থা হয় ,তেনেধৰণে আমি সাজু আছো ৷ এইবাৰ আমি বিভিন্ন ধৰণৰ কামকাজ কৰি আছো ৷ যদি এই কাম কাজ বিলাকৰ প্ৰতি মানুহ আকৃষ্ট হৈছে তেন্তে নিশ্চয় আমাকেই পুনৰ সমৰ্থন আগবঢ়ায় ৷

গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অগপ ২০ খন আসনৰ তলত নাথাকে বৰং বাঢ়িবহে ৷ আনহাতে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পাব বুলি কৰা মন্তব্য সন্দৰ্ভত কয় যে তেওঁলোকৰ কথাটো তেওঁলোকে কৈছে ৷

কিন্তু কথাটো হ’ল যে বঙাইগাঁৱত আমি অগপ আৰু বিজেপিয়ে যৌথভাৱে নিৰ্বাচন খেলিম নে নেখেলিম মই ফণীভূষণ চৌধুৰীয়ে কোৱাত অসুবিধা আছে ৷ এই বিষয়টো সন্দৰ্ভত আমাৰ দলৰ কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত ল’ব ৷

এই বিষয়টো সন্দৰ্ভত বিজেপি দলৰ ৰাজ্যিক কমিটি আৰু আমাৰ অগপ দলৰ কেন্দ্ৰীয় কমিটিৰ মাজত নিশ্চয় আলোচনা হ’ব ৷ আলোচনা কৰি যদি সিদ্ধান্ত হয় যে দুই দলে যৌথভাৱে নিৰ্বাচন খেলিব তেতিয়া হলেও আমি প্ৰস্তুত আছো আৰু দুয়োটা দলৰ নেতৃত্বই যদি কয় যে অকলে অকলে খেলিব তেতিয়াও আমি প্ৰস্তুত আছো ৷

ইপিনে বিজেপি আৰু অগপৰ যদি মিত্ৰতা নহয় তেতিয়াহলে কংগ্ৰেছে সুবিধা ল’ব নেকি বুলি সাংবাদিকৰ প্ৰশ্নত বিধায়ক চৌধুৰীয়ে কয় যে কংগ্ৰেছে কোনো ধৰণৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে ৷

যোৱা বাৰ দুখন আসন পাইছিল যদিও এইবাৰ মই ভাবো যে কংগ্ৰেছে কাউণ্টিঙেই আৰম্ভ কৰিব নোৱাৰিব ৷

আসনৰ সংখ্যাটো নাবাঢ়েই বৰং কমি গৈ শূন্য হয় নেকি সেয়াহে আজিৰ দিনত চিন্তনীয় বিষয় ৷ বঙাইগাঁও জিলা বিজেপিয়ে কেবিনেট বৈঠকৰ জৰিয়তে দলটো লাভাম্বিত হোৱা বুলি কৰা মন্তব্যৰ বিপৰীতে অগপ বিধায়কগৰাকীয়ে কেবিনেটৰ জৰিয়তে অগপ দলহে অধিক লাভাম্বিত হোৱা বুলি কয় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd