• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰিমগঞ্জত আৰক্ষীৰ হাতৰ পৰাই পলাল পত্নী হত্যাৰ অভিযুক্ত

NE NOW NEWS এন ই নাও নিউজ
কৰিমগঞ্জ , September 16, 2018 9:51 pm

1 min read

escaped
175
VIEWS
Share on FacebookShare on Twitter

কৰিমগঞ্জত পত্নীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত এজন লোক আৰক্ষীৰ হাতৰ পৰাই পলাই যাবলৈ সক্ষম হোৱাত স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰামতে, কৰিমগঞ্জৰ পাথু গাৱঁৰ নাচিৰ উদ্দিনে দীৰ্ঘদিন ধৰি তেওঁৰ পত্নী চুৰহানা পাৰবীনৰ ওপৰত অত্যাচাৰ চলাই আহিছিল। বিশেষকৈ যৌতুক বিচাৰি হাৰাশাস্তি চলাইছিল নিজৰ পত্নীক।

কিন্তু ১৫ ছেপ্তেম্বৰৰ নিশা নাচিৰ উদ্দিনে পাৰবীনক হত্যা কৰা বুলি ৰাইজে জানিব পাৰি কৰিমগঞ্জ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে নিশা ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত নাচিৰ উদ্দিনক আটকো কৰে। কিন্তু আৰক্ষীক ফাঁকি দি নাছিৰ উদ্দিন আৰক্ষীৰ গাড়ীৰ পৰাই যায়।

অভিযুক্ত আৰক্ষীৰ হাতৰ পৰাই পলাই যোৱা ঘটনাটোত বিতুষ্ট হৈ পৰা পাৰবীনৰ আত্মীয় তথা স্থানীয় ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় লোকে আৰক্ষীৰ ভূমিকাত সন্দেহৰ গোন্ধ পাইছে।

আনহাতে জানিব পৰামতে, আজি কৰ্তব্যৰ হেমাহিৰ বাবে কৰিমগঞ্জ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লম্বিত গগৈৰ গাড়ীচালক আৰু পি এছ অ’ক নিলম্বন কৰা হয় বুলি জানিব পৰা গৈছে।

 

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd