• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজৰেই সতীয়া মাতৃ-ভগ্নীক হত্যা, মুম্বাইত বন্ধুক হত্যা! ১৭ বছৰৰ পাছত গ্ৰেপ্তাৰ বিহাৰৰ ‘ছিৰিয়েল কিলাৰ’

by
March 22, 2025 12:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যক্তিজনৰ বয়স চল্লিশ বছৰ। দেশৰ বিভিন্ন প্ৰান্তত ১৭ বছৰ ধৰি পলাতক হৈ আছিল ব্যক্তিজন। কেতিয়াবা ৰাজমিস্ত্ৰী, কেতিয়াবা প্লাম্বাৰ আৰু কেতিয়াবা নিৰাপত্তাৰক্ষীৰ কাম হাতত লৈছিল তেঁও। কিন্তু অৱশেষত কৰ্ণাটকত গ্ৰেপ্তাৰ হ’ল বিহাৰৰ ‘ছিৰিয়েল কিলাৰ’।

অভিযোগ অনুসৰি, ধৃত নিৰঞ্জন কুমাৰে তেওঁৰ সতীয়া মাতৃ-ভগ্নীক হত্যা কৰি পলায়ন কৰিছিল। ইয়াৰ পাছত তেওঁ মুম্বাইত বন্ধু এজনক হত্যা কৰে। কিন্তু ইমান দিনে তেওঁৰ কাষ চাপিব পৰা নাছিল আৰক্ষী। কিন্তু অৱশেষত আৰক্ষীয়ে বেংগালুৰুৰ পৰা নিৰঞ্জনক গ্ৰেপ্তাৰ কৰে।

Apply Now

উল্লেখ্য যে, নিৰঞ্জন মূলতঃ বিহাৰৰ। সাৰণ জিলাত তেওঁৰ এটা ঘৰ আছিল। সৰুতে মাকক হেৰুৱাইছিল।যাৰ বাবে দেউতাক পুনৰ বিয়াত বহে। অভিযোগ অনুসৰি তাতেই নিৰঞ্জনে তেওঁৰ সতীয়া মাতৃ-ভগ্নীক হত্যা কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি ২০০২ চনত এই ঘটনা সংঘটিত হৈছিল। তাৰ পাছত তেওঁ মহাৰাষ্ট্ৰলৈ পলায়ন কৰে। প্ৰথমতে তেওঁ মুম্বাইত বাস কৰিছিল।

নিৰঞ্জনে ভাছাইত থাকি চাকৰি পালে। তাত তেওঁৰ বন্ধু আছিল মনোজ শ্বাহ। মনোজৰ জৰিয়তে চাকৰিটো পাইছিল। কিন্তু সৰু কাজিয়াত নিৰঞ্জনে সেই বন্ধুজনকো হত্যা কৰিলে। আৰক্ষীৰ সূত্ৰ অনুসৰি নিৰঞ্জনে মনোজক বেৰত ঠেলি দি হত্যা কৰিছিল। থানাত এজাহাৰ দাখিল কৰা হয় যদিও নিৰঞ্জন আকৌ পলাই যায়।

পাঁচটা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্তক বিচাৰি বিহাৰত একাধিক অভিযান চলাইছে আৰক্ষীয়ে। নিৰঞ্জনৰ ওচৰ-চুবুৰীয়াই কয় যে তেওঁলোকে এবাৰ দুবাৰ ঘৰলৈ যোৱা দেখিছিল। কিন্তু বিশেষ কাৰো লগত কথা পতা নাছিল। তেওঁ ক’ত থাকে কোনেও নাজানে।

অৱশেষত আৰক্ষীয়ে বেংগালুৰুৰ পৰা নিৰঞ্জনক গ্ৰেপ্তাৰ কৰে। জনা যায় যে তেওঁ তাত প্লাম্বাৰ হিচাপে কাম কৰিছিল। তেওঁ এটা জুপুৰীত বাস কৰিছিল। তেওঁ বহুবাৰ নাম সলনি কৰিছে। কোনো কোনোৱে নিৰঞ্জনক ৰাজু বুলি, কোনোৱে অজয়, কোনোবাই বিজয় শুক্লা, আৰু কোনোবাই ৰঞ্জন বুলি চিনি পায়। এগৰাকী মহিলাৰ লগত থাকিছিল। নিৰঞ্জনে কেইবছৰমান আগতে মহিলাগৰাকীক বিয়া কৰাইছিল। বৰ্তমান তেওঁ মুম্বাই আৰক্ষীৰ জিম্মাত আছে। শীঘ্ৰে তেওঁক ভাছাইৰ আদালতত হাজিৰ কৰা হ’ব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd