• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সংস্কৃত’ পঢ়াবলৈ ৰামকৃষ্ণ মিশ্যনে নিযুক্তি দিলে মুছলমান অধ্যাপকক

বেনাৰস হিন্দু য়ুনিভাৰ্চিটিৰ বিপৰীত ছবি ৰামকৃষ্ণ মিশ্যন বিদ্যামন্দিৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2019 10:34 am
RK_Mission_Vidyamaqndir
8.4k
VIEWS
Share on FacebookShare on Twitter

বেনাৰস হিন্দু য়ুনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰীয়ে ফিৰোজ খান নামৰ এজন মুছলমানক সংস্কৃত বিভাগত অধ্যাপক হিচাপে নিযুক্তি দিয়াক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে পশ্চিমবংগৰ ৰামকৃষ্ণ মিশ্যন বিদ্যামন্দিৰে সংস্কৃত বিভাগত নিযুক্তি দিছে এগৰাকী মুছলমান অধ্যাপকক।

ৰমজান খান নামৰ মুছলমান অধ্যাপক গৰাকীৰ উপৰি জনজাতীয় গনেশ টুডু নামৰ এজনকো অধ্যাপক হিচাপে নিযুক্তি দিছে।

উল্লেখ্য যে, বেনাৰস হিন্দু য়ুনিভাৰ্চিটিৰ ছাত্ৰ-ছাত্ৰী সকলে মুছলামান অধ্যাপকৰ পৰা সংস্কৃতৰ পাঠ গ্ৰহণ নকৰে বুলি উপাচাৰ্যৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ সময়তে আৰ কে মিশ্যনৰ এই পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ।

বেংগলত এনেধৰণৰ ঘটনা পূৰ্বেও ঘটিছে য’ত চেইখ চবিৰ আলী নামৰ এজনে কলকাত্তা য়ুনিভাৰ্চিটিৰ পৰা সংস্কৃত বিষয়ত স্নাতক আৰু স্নাতকোত্তৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। বৰ্তমান তেওঁ বৰচাতস্থিত ৱেষ্ট বেংগল ষ্টেট য়ুনিভাৰ্চিটিৰ সংস্কৃত বিষয়ৰ অধ্যাপক।

আনহাতে, বিদ্যামন্দিৰত ২০০০ চনতে চামিম আহমেদ নামৰ এজনক দৰ্শন বিভাগত নিযুক্তি দিয়া হৈছিল। পিছত তেওঁ ‘মহাভাৰত’ৰ ওপৰত পি এইচ ডি গ্ৰহণ কৰে আৰু বৰ্তমান তেওঁ বিদ্যামন্দিৰৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক।

চামিম আহমেদে যোৱা দুটা দশক ধৰি ভাৰতীয় দৰ্শনৰ বিষয়ে পাঠদান কৰি আহিছে। আহমেদৰ লগতে ফৰিদুল আহমেদ নামৰ এজনো বিভাগটোত আছে।

২০১৮ চনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ‘প্ৰিমিয়াৰ কলেজ’ হিচাপে ঘোষণা কৰা ভাৰতৰ এখন আগশাৰীৰ তথা উন্নতমানৰ শিক্ষা প্ৰতিষ্ঠান হৈছে বিদ্যামন্দিৰ।

স্বামী বিবেকানন্দৰ আদৰ্শেৰে পৰিচালিত ৰামকৃষ্ণ মিশ্যন বিদ্যামন্দিৰৰ শেহতীয়া মুছলমান অধ্যাপক নিযুক্তিৰ বিষয়টোৱে তাৎপৰ্য বহন কৰাৰ লগতে নিশ্চিতভাৱে দেশৰ বাবে এয়া সহনশীলতাৰ উদাহৰণ।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd