• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশান্ত ম্যানমাৰত সামৰিক জুন্টা চৰকাৰে ভংগ কৰিলে চু কীৰ দল নেচনেল লীগ ফৰ ডেম’ক্ৰেচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2023 6:27 pm
আং চান চু কী। ফটো: সংগ্ৰিহীত।

আং চান চু কী। ফটো: সংগ্ৰিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰে ক্ষমতাচ্যুত তথা কাৰাবন্দী নেত্ৰী আং চান চু কীৰ নেতৃত্বৰ ৰাজনৈতিক দল নেচনেল লীগ ফৰ ডেমক্ৰেচী ভংগ কৰি দিছে। মঙলবাৰে জুন্টা নিয়ন্ত্ৰিত দেশখনৰ নিৰ্বাচন আয়োগে চু কীৰ দল ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নিৰ্বাচন আয়োগে ম্যানমাৰৰ নতুন কঠোৰ সামৰিক নিৰ্বাচনী খচৰা আইনৰ অধীনত পুনৰ পঞ্জীয়ন কৰাত ব্যৰ্থ হোৱাৰ বাবে আং চান চু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচী ভংগ কৰাৰ কথা ঘোষণা কৰিছে বুলি দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

লগতে পঢ়ক: নিম্ন মানদণ্ডৰ ঔষধ প্ৰস্তুত কৰাৰ অভিযোগ; ১৮ টা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল, আন বহুতলৈ জাননী

Apply Now

ম্যানমাৰৰ চৰকাৰী দূৰদৰ্শনত কোৱা হৈছে যে মঙলবাৰে ৪০ টা ৰাজনৈতিক দল ভংগ কৰা হৈছে। তাৰ ভিতৰত চু কীৰ এনএলডি-ও আছে।

আনহাতে, এনএলডিয়ে ইতিমধ্যে কৈছে যে জুন্টাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়াস অবৈধ। তেওঁলোকে সেই অবৈধ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে।

সোমবাৰে ম্যানমাৰৰ জুন্টা প্ৰধান জেনেৰেল মিন অং হ্লাইঙে এনএলডিকে ধৰি ৪০ টা দল ভংগ হোৱাৰ এদিন পূৰ্বে গণতন্ত্ৰপন্থী বিৰোধীপক্ষক দমন কৰিবলৈ “উপযুক্ত পদক্ষেপ” লোৱাৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক: বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে ম্যানমাৰৰ জুন্টা বিৰোধীক সমৰ্থন আৰু জুন্টাৰ ওপৰত চাপ বৃদ্ধি কৰিছে। জুন্টা বিৰোধী ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে (এনইউজি) আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়াৰ কাৰ্যালয় মুকলি কৰিছে। এনইউজিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে নিয়মীয়া যোগাযোগ আৰু বৈঠক হৈছে।

ম্যানমাৰৰ দূৰদৰ্শন চেনেল এমআৰটিভিৰ মতে, ২০১৫ আৰু ২০২০ চনৰ নিৰ্বাচনত সামৰিক সমৰ্থিত দলসমূহৰ বিৰুদ্ধে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা এনএলডিৰ বুধবাৰৰ পৰা “স্বয়ংক্ৰিয়ভাৱে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল” হৈ যাব।

লগতে পঢ়ক: ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

সেনাই ২০২০ চনৰ নিৰ্বাচনত এনএলডি বৃহৎ জালিয়াতিৰ জৰিয়তে ক্ষমতালৈ আহিছিল বুলি দাবী কৰিছিল যদিও কোনো প্ৰমাণ দেখুৱাব নোৱাৰিলে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰে আৰু এক অভ্যুত্থানত চু কী নেতৃত্বাধীন চৰকাৰক উৎখাত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd