• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰ্ভৱতী সাংবাদিকক “আঁতৰোৱা” প্ৰাগ নিউজলৈ কাৰণ দৰ্শোৱাৰ জাননী ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 26, 2020 5:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী গৰ্ভৱতী সাংবাদিকক “কামৰ পৰা আঁতৰোৱা” গুৱাহাটীস্থিত চেটেলাইট নিউজ চেনেল প্ৰাগ নিউজৰ “অসংবেদনশীল মনোবৃত্তি”ক ৰাষ্ট্ৰীয় মহিলা আয়োগে মঙলবাৰে গৰিহণা দিছে।

প্ৰাগ নিউজত ১৩ বছৰ কাম কৰা ৰঞ্জিতা ৰাভা নামৰ সাংবাদিকগৰাকীক তেওঁ গৰ্ভৱতী হোৱাৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল।

Apply Now

“মহিলাৰ সকলো অধিকাৰৰ ভিতৰত এটা হৈছে মাতৃত্বৰ অধিকাৰ; তথাপি অসমৰ শেহতীয়া এক ঘটনাই গৰ্ভৱতী কৰ্মচাৰীৰ প্ৰতি সংস্থাসমূহৰ দুমুখীয়া স্থিতিক উদঙাই দিছে,” এন চি ডব্লিউ-এ এক বিবৃতিত কয়।

“Indian Journalists Union criticises Prag News for sacking pregnant journalist” শীৰ্ষক এক বাতৰি যোৱা ২২ মে’ত এন চি ডব্লিউৰ দৃষ্টিগোচৰ হৈছে বুলি কোৱা হৈছে য’ত প্ৰকাশ পাইছিল যে এগৰাকী গৰ্ভৱতী জ্যেষ্ঠ সাংবাদিকক তেওঁৰ সংস্থাটোৰ পৰা “পদত্যাগ কৰিবলৈ বাধ্য” কৰোৱা হৈছে।

প্ৰতিবেদনটোত কোৱা হৈছিল যে মহিলাগৰাকীৰ গৰ্ভধাৰণে তেওঁৰ “তৎপৰতা”ক সীমিত কৰিছে আৰু প্ৰাগ নিউজক ইয়াৰ সংগঠনত সাংবাদিকৰূপে কেৱল “তৎপৰ ব্যক্তি”ৰহে প্ৰয়োজন।

“গৰ্ভৱতী কৰ্মচাৰীগৰাকীৰ প্ৰতি চেনেলটোৰ অসংবেদনশীল মনোবৃত্তিক এন চি ডব্লিৱে গৰিহণা দিছে,” বিবৃতিটোত কোৱা হৈছে।

Maternity Benefit Act, 1961ৰ ব্যৱস্থাসমূহৰ উলংঘনত গভীৰভাৱে উদ্বিগ্ন হৈ এন চি ডব্লিৱে ঘটনাটোৰ ওপৰত অতি শীঘ্ৰে মতামত প্ৰেৰণৰ বাবে প্ৰাগ নিউজক নিৰ্দেশ দিছে।

National Commission for Women issues show-cause notice to Prag News for ‘sacking’ pregnant journalist

ইয়াৰ পূৰ্বে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নে প্ৰাগ নিউজৰ মেনেজমেণ্টে ৰঞ্জিতা ৰাভাক সেৱাৰ পৰা অপসাৰণ কৰাক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছিল।

“ৰাভাই দাবী কৰা অনুসৰি, তেওঁ চি এম ডি সঞ্জীৱ নাৰায়ণৰ সন্মুখত পোনপটীয়াকৈ বিষয়টো উত্থাপন কৰিছিল, কিন্তু তেওঁ তেওঁক কৈছিল যে ‘প্ৰাগ নিউজৰ মেটাৰনিটি লীভৰ কোনো সুবিধা নাই আৰু কোনো দৰমহা আদায় দিয়া নহয়’ আৰু তেওঁক পদত্যাগ দাখিল কৰাৰ বাবে পৰামৰ্শ দিয়ে,” আই জে ইউৱে কয়।

আই জে ইউৱে কয় যে ৰাভাক প্ৰাগ নিউজ চেনেলৰ মেনেজমেণ্টে কামৰ পৰা আঁতৰোৱাতো অগ্ৰহণযোগ্য আৰু ই “লিংগ বৈষম্যৰ এক স্পষ্ট ঘটনা।”

আই জে ইউৱে কয় এই জটিল সময়চোৱাত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ আগশাৰীত থকা এগৰাকী মাতৃত্ব-প্ৰত্যাশী সাংবাদিকক কামৰ পৰা আঁতৰোৱাতো অমানৱীয় আৰু লিংগ-পক্ষপাতজনক।

Network of Women in Media, India (NWMI)এও ৰাভাক কামৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ পিছত গভীৰ আশ্চৰ্য্য প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd