• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলীউদৰ ড্রাগছ কাণ্ডত অভিনেত্ৰী দিয়া মিৰ্জাৰ প্ৰাক্তন মেনেজাৰকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 10, 2021 1:01 pm

1 min read

dia_mir_0

দিয়া মিৰ্জা।

119
VIEWS
Share on FacebookShare on Twitter

বলীউদত ড্ৰাগছ কাণ্ডত এইবাৰ নাম জড়িত হৈ পৰিল অভিনেত্ৰী দিয়া মিৰ্জাৰ। অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন মেনেজাৰকে ধৰি চাৰিজনক নাৰক’টিকছ কন্ত্ৰ’ল ব্যুৰোই গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, এনচিবিয়ে গ্ৰেপ্তাৰ কৰা চাৰিজন লোকৰ ভিতৰত দুজন ভাৰতীয় আৰু আন দুজন ব্ৰিটেইনৰ নাগৰিক।

গোপন তথ্যৰ পম খেদি শনিবাৰে অভিযানকাৰী দলে পশ্চিম বান্দ্ৰাৰ এটা আৱাসৰ পৰা গাঞ্জা ভৰ্তি কেইবাটাও কুৰিয়াৰ উদ্ধাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা ভাৰতীয় দুজনৰ এজন হৈছে দিয়া মিৰ্জাৰ প্ৰাক্তন মেনেজাৰ ৰাহিলা ফাৰ্নিচাৰৱালা। আনজন হৈছে ৰাহিলাৰ ভগ্নী ছাইস্তা। দুয়োজনৰ পৰাই গাঞ্জা উদ্ধাৰ কৰা হৈছে।

যশোৱন্ত হাইটছ নামৰ বহুমহলীয়া ঘৰটোৰ পৰা প্ৰচুৰ পৰিমানে নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হয়। ঘৰটোৰ পৰা কৰণ ছাজনানি নামৰ এজন বিদেশী নাগৰিককো গ্ৰেপ্তাৰ কৰা হৈছে।

এনচিবিয়ে জানিবলৈ দিয়া মতে মুঠ ২০০ কেজি গাঞ্জা জব্দ কৰা হৈছে।  প্ৰাথমিক অনুসন্ধানত মুম্বাইৰ একাধিক প্ৰভাৱশালী ব্যক্তিৰ ওচৰত ড্ৰাগছ সৰবৰাহৰ কাম কৰি আহিছে কৰণ ছাজনানিয়ে।

ছাজনানিৰ এই কামত সহায় কৰিছিল দিয়া মিৰ্জাৰ প্ৰাক্তন মেনেজাৰ ৰাহিলা আৰু তেওঁৰ ভগ্নী ছাইস্তাই।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd