• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ ‘গুৰু-অস্ত্ৰ’ হ’বগৈ পাৰে হিমন্তৰ ‘প্ৰাক্তন ছাৰ’!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 11, 2019 8:26 pm
ফাইল ফটো।

ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘ছাৰ, ছাৰ’ বুলি সম্বোধন কৰা এজন ব্যক্তি আগন্তুক দিনত স্বয়ং হিমন্তৰ বিৰুদ্ধে কংগ্ৰেছৰ পাশুপত অস্ত্ৰ হৈ পৰিব পাৰে। মন্ত্ৰীজনৰ এইজন ‘ছাৰ’ৰ প্ৰসংগেৰে প্ৰদেশ কংগ্ৰেছে আজি এই ইংগিত দাঙি ধৰিছে।

পিছে, কোন নো হিমন্ত বিশ্ব শৰ্মাৰ এই ‘ছাৰ’জন?

Apply Now

জ্যেষ্ঠ কংগ্ৰছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আজি ৰাজীৱ ভৱনত অনুষ্ঠিত যোগদান সমাৰোহত হিমন্তই ছাৰ বুলি সম্বোধন কৰা ব্যক্তিজনৰ সৈতে সকলোকে চিনাকি কৰাই দিছে। তেওঁ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু।

তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত গগৈৰ অতি বিশ্বস্ত আমোলা হিচাপে পৰিচিত আছিল ভানু। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াজন আজিৰ যোগদান সমাৰোহত কংগ্ৰেছী হ’ল।

ভানুৰ কংগ্ৰেছ যাত্ৰাই এটা বিশেষ কাৰণত লাভান্বিত কৰিব পাৰে কংগ্ৰেছক। ভানুৱে কংগ্ৰেছত যোগদান কৰা অনুষ্ঠানটোতে নিজৰ ভাষণত এই সম্ভাৱনা দাঙি ধৰিছে ৰকিবুল হুছেইনে।

“মোৰ লগত ভানুৰ বৰ ভাল নাছিল। কিন্তু ভানুৰ সৈতে ভাল সম্পৰ্ক আছিল সেইজনৰ হে”, ব্যক্তি বিশেষক ইংগিত কৰি ৰকিবুল হুছেইনৰ এই মন্তব্য।

‘সেইজন’ যে মন্ত্ৰী হিমন্তৰ বাদে আন কোনো নহয় সেয়াও ৰকিবুল হুছেইনৰ ভাষণৰ পিছৰফালে স্পষ্ট হয়।

হুছেইনে কয়, “আমি যিহেতু মন্ত্ৰী আছিলো গতিকে ভানুৱে আমাক ‘ছাৰ’ বুলি সম্বোধন কৰিছিল। কিন্তু সেইজনে আকৌ ওলোটাই ভানুকহে ‘ছাৰ’ বুলি মাতিছিল। আৰু এই ‘ছাৰ’ ‘ছাৰ’ ইমানেই বেছি হৈ গৈছিল যে ‘ছাৰ’ৰ উৎপাতত আমি থাকিব নোৱাৰা হৈছিলো”।

“সেই সময়ত কংগ্ৰেছত ‘সেইজন’ৰ উৎপাতত এনেকুৱা শ্বাসৰুদ্ধকৰ পৰিস্থিতি হৈছিল যে আনবোৰ বিব্ৰত হ’ব লগীয়া হৈছিল। কিন্তু এতিয়া ‘সেইজনে’ই কংগ্ৰেছৰ বিৰুদ্ধে কয়”, হুছেইনৰ মন্তব্য।

এম জি ভি কে ভানুৱে কংগ্ৰেছত যোগ দিয়াত ভালপোৱা বুলি জানিবলৈ দি ৰকিবুল হুছেইনে কয় যে হিমন্তৰ লগত সু-সম্পৰ্কৰ সুবাদতে ভানুৱে তেওঁৰ (হিমন্তৰ) বহু কথাই জানে।

“আজি ভানু ডাঙৰীয়া আহিছে মই ভাল পাইছো। মইতো তেওঁৰ (হিমন্তৰ) বিৰুদ্ধে বহু কথাই জানো। ভানুৱেও তেওঁৰ বিৰুদ্ধে বহু কথাই জানে। গতিকে যিবিলাক কথা ক’লে ৰাইজৰ উপকাৰ হ’ব, ভানু ডাঙৰীয়াক কওঁ, আপুনি আন্তৰিকতাৰে ৰাইজৰ বাবে কোনবিলাক বেয়া কাম তেওঁ কৰিছিল সেয়া নিঃস্বাৰ্থভাৱে ৰাইজক জনাব”, হুছেইনৰ আহ্বান ভানুলৈ।

ৰকিবুল হুছেইনে একেটা ভাষণতে হিমন্ত বিশ্ব শৰ্মাক এজন ‘ভাল মন্ত্ৰী’ বুলিও উল্লেখ কৰে। কিন্তু হুছেইনৰ মতে তেওঁ যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈৰ হৈ বিধানসভাত বিত্ত বিভাগৰ উত্তৰ দিছিল সেই মন্ত্ৰীজনৰ লগত আজিৰ বিত্ত মন্ত্ৰী হিমন্তক তুলনা কৰিলে তেওঁ ফেইল কৰিব বুলিও উল্লেখ কৰে।

তৰুণ গগৈৰ আঙুলিত ধৰি ৰাজনীতি শিকি এতিয়া তৰুণ গগৈকে গালি পৰা, ড০ হীৰেন গোহাঁইৰ দৰে ব্যক্তিক গালি পৰা হিমন্তৰ দম্ভালি বেছিদিন নচলে বুলিও ৰকিবুলে ভাষণত কয়।

উল্লেখযোগ্য যে অসমত দীৰ্ঘদিন সেৱা আগ বঢ়োৱা ভানু শোণিতপুৰ জিলাত উপায়ুক্ত হৈ থাকোতে বিশ্বনাথ চাৰিআলিৰ এছ ডি অ’ (চিভিল) আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। গতিকে ৰিপুণ বৰাৰ সৈতে নতুন কংগ্ৰেছী ভানুৰ সম্পৰ্কটো কেনেকুৱা হ’ব সেয়া সময়েহে ক’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd