• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোষ্ঠী সংঘৰ্ষত অগ্নিদগ্ধ আফ্ৰিকান দেশ নাইজেৰিয়া: সশস্ত্ৰ সংগঠনৰ আক্ৰমণত মৃ্ত্যু শতাধিক লোকৰ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
December 26, 2023 4:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোষ্ঠী সংঘৰ্ষই ছানি ধৰিছে আফ্ৰিকান দেশ নাইজেৰিয়াত। ইতিমধ্যে নাইজেৰিয়াত উগ্ৰপন্থী সংগঠনৰ আক্ৰমণত ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

মধ্য নাইজেৰিয়াৰ মালভূমি অঞ্চলৰ কেইবাখনো গাঁৱত ধৰ্মীয় বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদৰ পাছতে এটা সশস্ত্ৰ সংগঠনে সাধাৰণ লোকৰ ওপৰত আক্ৰমণ চলায়।

Apply Now

স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি এই আক্ৰমণত ১১৩ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ৩০০ লোক।

বিগত কেইবছৰমানৰ পৰা নাইজেৰিয়াৰ মালভূমি অঞ্চলত ধৰ্মীয় আৰু জাতিগত উত্তেজনাই বিৰাজ কৰি আহিছে। জানিব পৰা মতে উগ্ৰপন্থী সংগঠনে আক্ৰমণ কৰা অঞ্চলসমূহত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ে কাষে কাষে বাস কৰে।

স্থানীয় মুছলমান পশুপালক আৰু খ্ৰীষ্টান কৃষক সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে। জানি-বুজি জাতি-জনগোষ্ঠীয় উত্তেজনা সৃষ্টিৰ বাবে এই আক্ৰমণ সংঘটিত হয়।

স্থানীয়ভাৱে এই সশস্ত্ৰ গোটসমূহক ‘ডাকাট’ বুলি জনা যায়। আজিৰ দিনটোতে তেওঁলোকে ২০ টা পৃথক সম্প্ৰদায়ক আক্ৰমণ কৰে। সশস্ত্ৰ সংগঠনে হত্যালীলা চলোৱা উপৰিও এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ বাসগৃহসমূহো জ্বলাই দিয়ে।

এই ধৰ্মীয় সংঘৰ্ষত শতাধিক লোকৰ মৃত্যু হোৱাৰ পাছতে নাইজেৰিয়াৰ বৰ্তমানৰ চৰকাৰখন সমালোচনাৰ সন্মুখীন হৈছে। চলিত বৰ্ষত এনে একাধিক আক্ৰমণত কেবাশ লোকৰ মৃত্যু হৈছে।

ইয়াৰ পাছতো বিহিত ব্যৱস্থা নোলোৱা বুলি নাইজেৰিয়ান নাগৰিকে প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পূৰ্বে নাইজেৰিয়া সেনাৰ ড্ৰোন বিস্ফোৰণত ৮৫ জন সাধাৰণ নাগৰিক নিহত হৈছিল।

চৰকাৰে এই ঘটনাত আক্ষেপ প্ৰকাশ কৰি উগ্ৰপন্থী বিৰোধী অভিযানত হোৱা ভুলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd