DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পাঁচদিন পূৰ্বেই দিল্লীত মৃত্যু হৈছিল কোভিড-১৯ত আক্ৰান্ত বোকাখাতৰ অজিত শইকীয়াৰ; মৰ্গত পৰি আছিল মৃতদেহ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 17, 2020 12:23 pm
অজিত শইকীয়া

অজিত শইকীয়া

562
VIEWS
Share on FacebookShare on Twitter

দুই চৰকাৰৰ মাজত যোগাযোগৰ অভাৱত বিগত পাঁচটা দিন দিল্লীৰ চিকিৎসালয়ৰ মৰ্গতে পৰি আছিল কোভিড-১৯ত মৃত্যু হোৱা বোকাখাতৰ অজিত শইকীয়াৰ মৃতদেহ।

কালি অৰ্থাৎ শনিবাৰে পৰিয়ালৰ লোকে শইকীয়াৰ মৃত্যু খবৰ পাইছিল যদিও প্ৰকৃততে পাঁচ দিন পূৰ্বেই দিল্লীৰ লোক নায়ক চিকিৎসালয়ত অজিত শইকীয়াৰ মৃত্যু হৈছিল।

ইমানদিনে চিকিৎসালয়খনৰ মৰ্গতে পৰি আছিল তেওঁৰ মৃতদেহ।

শনিবাৰে দিল্লীৰ আসাম এছ’চিয়েচনৰ উদ্যোগতহে বোকাখাতৰ পৰিয়ালক অজিত শইকীয়াৰ মৃত্যুৰ খবৰ জনোৱা হয়৷

উল্লেখযোগ্য যে কভিড-১৯ত মৃত্যুৰ তথ্য দিল্লীৰ চৰকাৰে অসম চৰকাৰক জনাব লাগে যদিও দুই চৰকাৰৰ মাজত সমন্বয়ৰ অভাৱতেই পাঁচ দিন ধৰি এইদৰে মৰ্গতে লোকজনৰ মৃতদেহ পৰি থাকিল।

লগতে পঢ়ক পত্নীৰ চিকিৎসাৰ বাবে বোকাখাতৰ পৰা দিল্লীলৈ যোৱা ব্যক্তিৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু

বোকাখাতৰ ম’হমাইকী গাঁৱৰ অজিত শইকীয়াই কেঞ্চাৰত ভোগী থকা তেওঁৰ পত্নী বন্তি শইকীয়াক দিল্লীৰ এখন হস্পিতালত চিকিৎসা কৰাই আছিল।

বন্তি শইকীয়াও কোভিড-১৯ আক্ৰান্ত হৈছিল যদিও বৰ্তমান তেওঁ ইয়াৰ পৰা মুক্ত বুলি জানিব পৰা গৈছে। তেওঁলোকৰ লগত যোৱা বোকাখাতৰে এজন যুৱকৰ সৈতে বৰ্তমান দিল্লীতে আছে বন্তি শইকীয়া।

Recent News

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd