• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বৰ শীৰ্ষস্থানৰ টেনিছ খেলুৱৈ ন’ভাক জ’ক’ভিচ ক’ৰ’নাত আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 24, 2020 11:30 am

1 min read

বিশ্বৰ শীৰ্ষস্থানৰ টেনিছ খেলুৱৈ ন’ভাক জ’ক’ভিচ ক’ৰ’নাত আক্ৰান্ত
3k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ শীৰ্ষস্থানৰ টেনিছ খেলুৱৈ ন’ভাক জ’ক’ভিচ ক’ৰ’নাত আক্ৰান্ত হৈছে। মঙলবাৰে ছাৰ্বিয়ান তাৰকা গৰাকীয়ে এই কথা নিজেই ৰাজহুৱা কৰে।

মহামাৰী ক’ৰ’নাৰ বাবে বহু দিন ধৰি টেনিছৰ পৰা আঁতৰি থকৰ পাছত কিছুদিন পূৰ্বে আয়োজন কৰা প্ৰদৰ্শনীমূলক আদ্ৰিয়া ট্যুৰ ইভেণ্টত ভাগ লোৱাৰ পিছতে ক’ভিড-১৯ত আক্ৰান্ত হৈছে খেলুৱৈগৰাকী।

এই সন্দৰ্ভত খেলুৱৈ গৰাকীয়ে কয়, ‍‘বেলগ্ৰেডত উপস্থিত হোৱাৰ পাছতে আমি পৰীক্ষা কৰিছিলো। মোৰ লগতে পত্নীও আক্ৰান্ত বুলি ধৰা পৰিছে। কিন্তু আমাৰ সন্তানসকলৰ পৰীক্ষাৰ ফল নিগেটিভ আহিছে’।

ছাৰ্বিয়ান তাৰকা গৰাকীৰ দেহত ক’ৰ’নাৰ কোনো লক্ষণ নাছিল বুলি জানিব পৰা যায়।

উল্লেখ্য যে, লকডাউনৰ নিয়ম শিথিল কৰাৰ পাছতেই ছাৰ্বিয়া আৰু ক্ৰ’ৱেছিয়াই এই টুৰ্ণামেণ্টৰ আয়োজন কৰিছিল সমস্যাত পৰা খেলুৱৈসকলৰ বাবে ধন সংগ্ৰহ কৰা লক্ষ্যৰে।

কিন্তু এই টুৰ্ণামেণ্টত অংশ লোৱা কোনো খেলুৱৈ তথা দৰ্শকে সামাজিক দূৰত্বৰ নিয়ম মানি চলা নাছিল। দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খেল।

ক’ৰ’না সংক্ৰমণৰ গতি ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকাৰ সময়তে সামাজিক দূৰত্বৰ নিয়ম নামানি স্প’ৰ্টছ টুৰ্ণামেণ্ট আয়োজন কৰা ঘটনাক বহতো ক্ৰীড়া বিশেষজ্ঞই সমালোচনা কৰিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd