DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত ক’ভিড SOP মানি প্ৰাইজমণি ভলীবলৰ চূড়ান্ত খেলত নিশা দুয়ো দলকে বিজয়ী ঘোষণা

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
January 17, 2022 10:55 am
Vollyball in Teok

ফটো: নৰ্থইষ্ট নাও।

736
VIEWS
Share on FacebookShare on Twitter

টীয়কৰ পহুচুঙী গাঁও আৰু বৰবৰা গাঁৱৰ যুৱক তথা টীয়ক ক্ৰীড়া সন্থাৰ উদ্যোগত দেওবাৰে এখনি এদিনীয়া প্ৰাইজমণি ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।

টীয়কৰ পহুচুঙী গাঁৱৰ নামঘৰৰ সমীপত আয়োজিত এই প্ৰতিযোগিতাখনিত যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়াকে ধৰি প্ৰায় ১৪ টাকৈ দলে যোগদান কৰে।

পুৱা টীয়ক ক্ৰীড়া সন্থাৰ সভাপতি তৰুণ বৰাই পতাকা উত্তোলনৰে আৰু উদযাপন সমিতিৰ সভাপতি লাতু বৰবৰাই স্মৃতি তৰ্পণেৰে আৰম্ভ কৰা এই প্ৰতিযোগিতাখন চৰকাৰে বান্ধি দিয়া প্ৰতিটো ক’ভিড নীতি অৱলম্বন কৰি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক: দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অনিশ্চিত অসমৰ প্ৰতীকপট! উপেক্ষিত শ্বহীদ কনকলতা

তদুপৰি, ক্ৰীড়াৰ পৰিবেশে অনাগত দিনত গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

ইপিনে চূড়ান্ত খেলত প্ৰতিদ্বন্দিতা কৰে নাহৰকটীয়া আৰু পূণ্য আই টি আই ভলীবল দলে।

ক’ভিড বিধি অনুযায়ী নিশা সময় হোৱাত চূড়ান্ত খেলখন অসমাপ্ত হৈ ৰোৱাত দুয়োটা দলকে যুগ্ম বিজয়ী হিচাপে ঘোষণা কৰা হয়। 

Recent News

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd