• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অনিশ্চিত অসমৰ প্ৰতীকপট! উপেক্ষিত শ্বহীদ কনকলতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2022 10:22 am
WhatsApp Image 2022-01-17 at 9.38.06 AM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমে ইয়াৰ চহকী ঐতিহ্য প্ৰদৰ্শনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে কিয়নো কেন্দ্ৰই এতিয়াও অসমৰ প্ৰতীকপটটোত অনুমোদন জনোৱা নাই।

এইবছৰ অসম চৰকাৰে প্ৰতীকপটত স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাই ত্ৰিৰংগা উৰুৱাই থকা দৃশ্য সন্নিৱিষ্ট কৰি কেন্দ্ৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছিল।  

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিৰক্ষা মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰীয় ৰাজধানীত এই কিশোৰী স্বাধীনতা আন্দোলনৰ শ্বহীদগৰাকীৰ সাহসিকতা দাঙি ধৰাৰ সুবিধা দবলৈ অনুৰোধ কৰাৰ পাছতো এতিয়াও ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা সঁহাৰি লাভ কৰা নাই।

Apply Now

লগতে পঢ়ক: কিংবদন্তি নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান

ৰাজ্যখনৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই দেওবাৰে কয় যে প্ৰতিৰক্ষা মন্ত্ৰীয়ে গণৰাজ্য দিৱসত বিভিন্ন ৰাজ্যৰ ঐতিহ্যৰ আভাস প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু ৰাজ্যসমূহক ‘আজাদি কা অমৃত মহোৎসৱ’ৰ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি এটা প্ৰতীকপট নিৰ্বাচন কৰিবলৈ আহ্বান জনাইছিল।

সেইদৰে মন্ত্ৰী বৰাই জানিবলৈ দিয়ে যে ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাই ত্ৰিৰংগা উৰুৱাই থকা দৃশ্য সন্নিৱিষ্ট কৰা প্ৰতীকপটটো নিৰ্বাচিত কৰে। কমিটিয়ে প্ৰথমতে প্ৰতীকপটটো কিছু শুধৰণি কৰিবলৈ কৰিবলৈ দিয়ে আৰু সেয়া কৰাও হয়।

লগতে পঢ়ক: দুৰ্দান্ত লক্ষ্য সেন! বিশ্ব চেম্পিয়নক হৰুৱাই ইণ্ডিয়া অ’পেন বেডমিন্টনৰ খিতাপ ভাৰতীয় তৰুণ শ্বাটলাৰৰ

কিন্ত তাৰপাছতো এতিয়ালৈ প্ৰতীকপটটো নিৰ্বাচিত হ’বনে নাই সেয়া নিশ্চিত হোৱা নাই বুলি কয় সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে।

এনেদৰে এতিয়া বিজেপি চৰকাৰৰ হাতত অসমৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য বহনকাৰী এই প্ৰতীকপট উপেক্ষিত হোৱাৰ সম্ভৱনাই দেখা দিছে।

ইপিনে, এই সন্দৰ্ভত ৰাজ্য চৰকাৰক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে এয়া অসম তথা উত্তৰ পূবৰ বাবে এক ডাঙৰ অপমান।

লগতে পঢ়ক: কি হৈছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগৰ কাম কাজত? ভাঙি পৰিছে ইখনৰ পিছত সিখন দলং

‘’কনকলতা বৰুৱা অতি কম বয়সতে এগৰাকী মহান স্বাধীনতা সংগ্ৰমী তথা সাহসী নেত্ৰী আছিল। সম্ভৱত: তেওঁৰ কথাটো আৰএছএছে অনুমোদন নজনালে আৰু সেইদৰে আমি ৰাষ্ট্ৰীয় ৰাজধানীখনত হয়তো তেওঁৰ উপস্থিতি আমি দেখা নাপাম।‘’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd