• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৃষ্ণাংগ ব্যক্তিক বৰ্বৰভাৱে আক্ৰমণ আৰক্ষীৰ : বর্ণ বৈষম্যৰ বিৰুদ্ধে বিক্ষোভত উত্তাল ফ্ৰান্স

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 27, 2020 5:48 pm

2 min read

paris
510
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ পিছত এইবাৰ ফ্ৰান্সত বৰ্ণ বৈষম্য! এগৰাকী কৃষ্ণাংগ ব্যক্তিক ফৰাচী আৰক্ষীয়ে নিৰ্দয়ভাৱে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে কৃষ্ণাংগ নিৰ্যাতনৰ বিৰুদ্ধে বিক্ষোভত উত্তাল হৈ পৰিছে ইউৰোপৰ দেশখন।

উল্লেখ্য যে এগৰাকী কৃষ্ণাংগ ব্যক্তিক কৰ্তব্যৰত ফ্ৰান্স আৰক্ষীয়ে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰাৰ এক ভিডিঅ’ বৃহস্পতিবাৰে ফ্ৰান্সৰ লুপচাইডাৰ নামৰ এখন ফৰাচী নিউজ প’ৰ্টেলে প্ৰকাশ কৰে।

ভিডিঅ’টোত দেখা যায় ফ্ৰান্সৰ মাইকেল নামৰ এগৰাকী সংগীত প্ৰযোজকক মাস্ক নিপিন্ধাৰ আলম লৈ আৰক্ষীয়ে বলপূৰ্বকভাৱে তেওঁৰ ষ্টুডিঅ’ত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ কৰে।

Ça s’est passé samedi à Paris. 15 minutes de coups et d’insultes racistes.

La folle scène de violences policières que nous révélons est tout simplement inouie et édifiante.

Il faut la regarder jusqu’au bout pour mesurer toute l’ampleur du problème. pic.twitter.com/vV00dOtmsg

— Loopsider (@Loopsidernews) November 26, 2020

ষ্টুডিঅ’ ভিতৰত থকা চিচিটিভিৰ ফুটেজত দেখা যায় যে আৰক্ষীয়ে কৃষ্ণাংগ লোকজনক অকথ্য অত্যাচাৰ চলায়। অভিযোগ মতে কৃষ্ণাংগ লোকজনক ষ্টুডিঅ’ বাহিৰলৈ উলিয়াই আনিও আৰক্ষীয়ে প্ৰহাৰ কৰে।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ ফ্ৰান্সতে ইয়াৰ বিৰুদ্ধে উত্তাল বিক্ষোভ প্ৰদৰ্শন কৰা হয়।

ইতিমধ্যে দেশখনৰ গৃহমন্ত্ৰী জেৰাল্ড ডাৰমানিনে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাটোত জড়িত আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

উল্লেখ্য যে ফ্ৰান্সত কৰ্তব্যৰত আৰক্ষীৰ ফ’টো তোলাৰ নিষেধাজ্ঞা জাৰি কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইনামুল মেক্ৰণে দেশখনত এখন আইন প্ৰণয়ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এই আইনখন প্ৰণয়ন হ’লে দেশখনত আৰক্ষীয়ে মানৱ অধিকাৰ লংঘন কৰিব বুলি দেশখনৰ মানৱ অধিকাৰ কৰ্মীসকলে আশংকা কৰি বিৰোধ কৰাৰো পৰিলক্ষিত হৈছে।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd