• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই জয় বিজেপিৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ সংগ্ৰামী ৰাইজৰ জয় : অখিল গগৈ

নাগৰিকত্ব বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পাছত গুৱাহাটীত ৭০ সংগঠনৰ প্ৰথমখন সংবাদমেল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 14, 2019 2:55 pm
Guwahati- 70 Organigation press meet (5)

ফটো : য়ু বি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পাছত আজি কৃষক মুক্তিৰ নেতা অখিল গগৈ নেতৃত্বাধীন ৭০ সংগঠনে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সংগ্ৰামত সহযোগ কৰা প্ৰতিজন ব্যক্তি, দল-সংগঠনকে অভিনন্দন জ্ঞাপন কৰে।

গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত কৃষক নেতা গগৈয়ে এই জয় বিজেপিৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূবৰ সংগ্ৰামী ৰাইজৰ বিজয় বুলি মন্তব্য কৰে।

Apply Now

‘বিজেপিয়ে কোৱা শৰাইঘাটৰ যুঁজ প্ৰকৃততে এইখনেই। আমি ৰামসিংহক পৰাজিত কৰিলো। ইয়াৰ সেনানি অসম আৰু উত্তৰ-পূবৰ ৰাইজ। কিন্তু এইখন শেষ যুঁজ নহয়’। এই মন্তব্য অখিল গগৈৰ।

বি পি এফে এই বিধেয়কখনৰ বিৰুদ্ধাচৰণ নকৰাতো অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তেওঁ কয়, ‘বিধেয়ক বিৰোধী আন্দোলনত বড়ো ৰাইজ তথা এবছুৱে সহায় কৰিলে কিন্তু বি পি এফে সহায় নকৰিলে’।

বিধেয়ক বিৰোধী সংগ্ৰামখনত অসমীয়া জাতিৰ শত্ৰু-মিত্ৰ চিনাকী হোৱা বুলি মন্তব্য কৰাৰ লগতে বিধেয়ক বিৰোধী আন্দোলনটো গ্ৰুপিং বিৰোধী সংগ্ৰামৰ সৈতে তুলনা কৰে অখিল গগৈয়ে।

আনহাতে এই সংবাদমেলতে কৃষক নেতাগৰাকীয়ে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ সকলোকে সংকল্প ল’বলৈ আহ্বান জনায়। তদুপৰি বিজেপি চৰকাৰে জাৰি কৰা পাৰপত্ৰ(ভাৰত প্ৰৱেশ) জাননি আৰু দীৰ্ঘকালীন ভিচাৰ বিৰুদ্ধে ৭০ সংগঠনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও সদৰী কৰে।

ইফালে সংবাদমেলত উপস্থিত থকা আন এগৰাকী নেতা তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে সকলোকে অভিনন্দন জ্ঞাপন কৰি কয়, ‘যোৱা আঢ়ৈ বছৰে যুজঁ দিয়া যুজঁখন অৱশেষত ৰাইজৰ প্ৰতিবাদত নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নহ’ল’।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd