• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতি আৰু ধন সৰবৰাহৰ অপৰাধত পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২০ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2024 12:24 pm
পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আলেজান্দ্ৰ’ টলেডোক ২০ বছৰ ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি। ফটোঃ সংগ্ৰহীত।

পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আলেজান্দ্ৰ’ টলেডোক ২০ বছৰ ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি। ফটোঃ সংগ্ৰহীত।

164
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আমেৰিকাৰ দেশ পেৰুৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আলেজান্দ্ৰ’ টলেডোক ২০ বছৰ ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। পেৰুৰ এখন আদালতে তেওঁক দুৰ্নীতি আৰু ধন সৰবৰাহৰ অপৰাধত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ৭৮ বছৰীয়া টলেডো ২০০১ চনত পেৰুৰ ৰাষ্ট্ৰপতি হৈছিল।

বাতৰি অনুসৰি, প্ৰাক্তন ৰাষ্ট্ৰপতি আলেজান্দ্ৰ’ টলেডোৱে ব্ৰাজিলৰ এটা নিৰ্মাণ কোম্পানীৰ পৰা ৩৫ মিলিয়ন ডলাৰৰ উৎকোচ লৈছিল বুলি প্ৰচিকিউটৰসকলে জনায়। পিছত ব্ৰাজিলৰ এই প্ৰতিষ্ঠানটোক দক্ষিণ পেৰুত এটা পথ নিৰ্মাণৰ দায়িত্ব দিয়া হয়।

বিবিচিৰ তথ্য অনুসৰি ৭৮ বছৰীয়া আলেজান্দ্ৰ’ টলেডোৱে ২০০১ চনৰ পৰা ২০০৬ চনলৈকে পেৰুৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পাঁচ বছৰ পূৰ্বে তেওঁক কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়কঃ হাছিনাৰ পদত্যাগৰ কোনো নথি নাই! বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ মন্তব্যৰ কি প্ৰত্যুত্তৰ আইনী উপদেষ্টাৰ?

তেওঁ তাত বহু বছৰ ধৰি বাস কৰি আছিল। পিছত যোৱা বছৰ তেওঁক পেৰুলৈ প্ৰত্যৰ্পণ কৰা হৈছিল।

ইফালে ব্ৰাজিলৰ কোম্পানী অডেব্ৰেক্টে চৰকাৰী চাকৰি নিশ্চিত কৰিবলৈ লেটিন আমেৰিকা আৰু আমেৰিকাৰ বিষয়াসকলক লাখ লাখ টকা উৎকোচ দিয়াৰ কথা স্বীকাৰ কৰিছে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd