• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: ভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2022 11:33 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদান কৰে। সোমবাৰে ৰাতিপুৱা মোদীয়ে আহমেদাবাদৰ নিশান পাব্লিক স্কুলৰ ভোটকেন্দ্ৰলৈ গৈ ভোটাধিকাৰ সাব্যস্ত কৰে। অৱশ্যে, তেওঁৰ ভোটদানক লৈ বিতৰ্কৰো সৃষ্টি হৈছে।

আজি মোডীয়ে কিছু দূৰৰ পৰা খোজকাঢ়ি ভোটকেন্দ্ৰলৈ  যায়। স্বাভাৱিকতে, বহুতো সাধাৰণ নাগৰিকে প্ৰধানমন্ত্ৰীক চাবলৈ ৰাস্তাৰ দুয়োফালে একত্ৰিত হয়। ফলত মোডীয়ে ভোট দিবলৈ খোজ কাঢ়ি যোৱাত প্ৰায় এক ৰোড শ্ব’ত পৰিণত হ’ল। প্ৰধানমন্ত্ৰীয়ে হাত জোকাৰি সাধাৰণ লোকসকলক সম্বোধন কৰাও দেখা গৈছে। স্বাভাৱিকতে, প্ৰশ্ন উত্থাপিত হয় নিৰ্বাচনৰ দিনা ৰোড শ্ব’ৰ দৰে পৰিস্থিতি সৃষ্টি কৰাটো নিৰ্বাচনী আচৰণ বিধিৰ উলংঘন নহয় নেকি?

লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ

Apply Now

উত্তপ্ত গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি ১৪ খন জিলাৰ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ২.৫ কোটিতকৈও অধিক ভোটাৰে ৮৩৩ জন প্ৰাৰ্থীৰ মাজৰ পৰা বিধায়ক নিৰ্বাচন কৰিবলৈ তেওঁলোকৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১ ডিচেম্বৰত অনুষ্ঠিত হৈছিল।

আজি মুঠ ২৬,৪০৯ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই স্থানসমূহত ২৯,০০০ তকৈও অধিক প্ৰিজাইডিং বিষয়া আৰু ৮৪,০০০ ভোটগ্ৰহণ বিষয়া নিযুক্ত আছে। ভোটাৰসকলে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটদান কৰিবলৈ সক্ষম হ’ব। ভোটদানৰ বাবে প্ৰায় ৩৬হাজাৰ ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰা হৈছে।

১৪ খন জিলাত প্ৰতিবন্ধী ব্যক্তিৰ দ্বাৰা পৰিচালিত ৯৩ টা আৰ্হি ভোটকেন্দ্ৰ আৰু সমান সংখ্যক পৰিৱেশ-অনুকূল ভোটকেন্দ্ৰ থাকিব। ইয়াৰ উপৰিও, ৬৫১ টা কেৱল মাত্ৰ মহিলা ভোটকেন্দ্ৰ থাকিব।

লগতে পঢ়ক:গৰুৰ পেটৰ পৰা উদ্ধাৰ ৬৫ কিলোগ্ৰাম প্লাষ্টিক, ধাতুৰ আৱৰ্জনা; হতভম্ব চিকিৎসক

৬১ টা ৰাজনৈতিক দলে এই নিৰ্বাচনত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। ইফালে, ভাৰতীয় জনতা পাৰ্টি (বিজেপি), কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে ৰাজ্যজুৰি তেওঁলোকৰ বৃহৎ ৰোড শ্ব’ আৰু ৰাজহুৱা সভাৰ দ্বাৰা সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে।

আজিৰ ৮৩৩ জন প্ৰাৰ্থীৰ ভিতৰত ৭৬৪ জন পুৰুষ আৰু ৬৯ গৰাকী মহিলা। ৰাজ্যিক নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি মনোনীত সকলৰ মাজত ২৮৫ জন নিৰ্দলীয় প্ৰাৰ্থীও আছে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপি আৰু অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপে ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। কংগ্ৰেছে ৯০ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে (এনচিপি) দুখন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে।

লগতে পঢ়ক:অধিকৃত মাৰিঅ’পোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই; ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন!

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৯৩ টা বিধানসভা সমষ্টি আহমেদাবাদ, বদোদৰা, গান্ধীনগৰ আৰু অন্যান্য জিলাত বিয়পি আছে।

নিৰ্বাচন আয়োগে প্ৰদান কৰা চূড়ান্ত পৰিসংখ্যা অনুসৰি প্ৰথম পৰ্যায়ৰ ভোটদানত গড় ভোটদানৰ হাৰ আছিল ৬৩.৩১ শতাংশ। ভোটগণনা অহা ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd