• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

INS Vikrant: প্ৰধানমন্ত্ৰী মোডীয়ে আজি আনুষ্ঠানিকভাৱে যাত্ৰাৰম্ভ কৰিলে INS বিক্ৰান্তৰ; সৃষ্টি হ’ল এক ইতিহাস!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2022 12:17 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PM Modi commissions INS Vikrant the largest ship প্ৰধানমন্ত্ৰী মোদীয়ে আজি আইএনএছ বিক্ৰান্তৰ (INS Vikrant)আনুষ্ঠানিকভাৱে যাত্ৰাৰম্ভ কৰে আৰু এই সপোন পূৰণৰ সৈতে জড়িত সকলোলৈকে অভিনন্দন জনায়।

এই ঐতিহাসিক মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে আজি কয়, “আইএনএছ বিক্ৰান্তত ব্যৱহৃত ষ্টীল ভাৰতত তৈয়াৰী। আইএনএছ বিক্ৰান্তত ব্যৱহৃত তাঁৰবোৰ কোচিৰ পৰা কাশীলৈকে বিস্তৃত হ’ব পাৰে। আইএনএছ বিক্ৰান্ত দুখন ফুটবল খেলপথাৰৰ দৰে ডাঙৰ। ই উৎপন্ন কৰিব পৰা বিদ্যুতে পাঁচ হাজাৰলৈকে ঘৰ আলোকিত কৰিব পাৰে।‘’

Apply Now

প্ৰধানমন্ত্ৰীয়ে লগতে কয়,”আজি ভাৰতক এনে দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে নিজৰ থলুৱা প্ৰযুক্তিৰে ইমান ডাঙৰ বিমানবাহী ৰণতৰী নিৰ্মাণ কৰে। আজি, আইএনএছ বিক্ৰান্তে ভাৰতত এক নতুন আত্মবিশ্বাস জগাই তুলিছে। এই ঐতিহাসিক অনুষ্ঠানত মই ভাৰতীয় নৌসেনা, কোচি শ্বিপইয়ৰ্ডৰ সকলো অভিযন্তা, বিজ্ঞানী আৰু কৰ্মচাৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো।‘’

"Bharat Bhagya Vidhata!"

WATCH | New Naval Ensign 'Nishaan', hoisted on #INSVikrant in the presence of Prime Minister @narendramodi. pic.twitter.com/vDPFUSDcU0

— PB-SHABD (@PBSHABD) September 2, 2022

প্ৰধানমন্ত্ৰীৰ ভাষাত, “বিক্ৰান্ত বিশাল, বিক্ৰান্ত স্বতন্ত্ৰ, বিক্ৰান্ত বিশেষ। বিক্ৰান্ত কেৱল যুদ্ধজাহাজ নহয়, ই একবিংশ শতিকাত ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু প্ৰতিশ্ৰুতিৰ প্ৰমাণ।”

প্ৰধানমন্ত্ৰীয়ে আজি কয়, ‘’প্ৰতিজন ভাৰতীয়ই কেৰালাৰ উপকূলৰ পৰা এক নতুন ভৱিষ্যতৰ সূৰ্যোদয় সাক্ষী হৈছে। আইএনএছ বিক্ৰান্তৰ এই অনুষ্ঠানটো বিশ্ব মঞ্চত ভাৰতৰ মনোবল শক্তিশালী হোৱাৰ প্ৰতিফলন।‘’

When India resolves to do something, no goal, no objective is unachievable. Today, India is one of the few nations building state-of-the-art defence technologies: PM @narendramodi#INSVikrant@indiannavy pic.twitter.com/2Kbfz2Z78u

— PB-SHABD (@PBSHABD) September 2, 2022

ভাৰতৰ প্ৰথমখন যুঁজাৰু বিমান বাহক আইএনএছ বিক্ৰান্তে আজিৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। মুঠ ২০,০০০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই যুদ্ধজাহাজখনত ৩০ খন বিমান উঠানমা কৰিবলৈ সক্ষম হ’ব। মিগ-২৯ কেৰ দৰে যুঁজাৰু বিমানে বিক্ৰান্তৰ পৰা উৰা মাৰিব পাৰিব। ইয়াৰ উপৰিও, কামোভ ৩১ হেলিকপ্টাৰ, এমএইচ ৬১ মাল্টি-ৰোল হেলিকপ্টাৰ এই যুদ্ধজাহাজৰ পৰা উৰিব পাৰিব। এই যুদ্ধজাহাজখন নিৰ্মাণ কৰিবলৈ এক দশকৰো অধিক সময় লাগিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd