• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জেঠৰ পৰা কমিব কৰ’না মহামাৰী, সফল হ’ব প্ৰধান মন্ত্ৰী মোদী

অসমীয়া নৱবৰ্ষৰ প্ৰথমদিনা বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত প্ৰকাশ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 14, 2020 7:28 pm
5 persons test COVID-19 positive in Assam on Thursday

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেঠৰ পৰা দেশত কৰ’না মহামাৰীৰ প্ৰভাৱ হ্ৰাস পাব। কৰ’নাবিৰোধী যুঁজত সফল হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

অসমীয়া নৱবৰ্ষৰ প্ৰথমদিনা বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত দৈৱজ্ঞ জ্যোতিষী, বিদ্যাভূষণ ত্ৰিদীপ দেৱ শৰ্মা দলৈয়ে এই ভৱিষ্যদ্বাণী কৰিছে।

Apply Now

১৪২৭ ভাস্কৰাব্দৰ বৰ্ষফল গণনা প্ৰকাশ কৰি জ্যোতিষী গৰাকীয়ে কয় যএ বৃহস্পতি বাল্য অৱস্থালৈ ঘূৰি অহাৰ পিছত জেঠ মাহৰ পৰা শুভ কাৰক আৰম্ভ হ’ব আৰু দেশত কৰ’না মহামাৰীৰ প্ৰভাৱ হ্ৰাস পাব৷

জ্যোতিষীগৰাকীৰ বৰ্ষফল গণনাত অসম আৰু ভাৰত সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী প্ৰকাশ পাইছে৷

বৰ্ষফল গণনা অনুসৰি অসম প্ৰদেশৰ ৰাশি কৰ্কট৷ সেইবাবে আগন্তুক বছৰটো ৰাজ্যখনৰ বাবে মুঠেই অনুকূল নহয়।

ভাৰত-অসম উভয়তে চলি আছে কাল সৰ্প যোগ৷ বছৰটোত অসমত বৃদ্ধি পাব পাৰে যান-বাহন, ৰে’ল, বিমানৰ দুৰ্ঘটনা, হত্যা, লুণ্ঠন, অগ্নিকাণ্ড, অপহৰণ, সন্ত্ৰাসবাদ ইত্যাদি৷

ৰাজ্যখনত ধুমুহা, শিলা বৃষ্টি, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰাণহানিৰ আশংকা থকা বুলিও তেওঁ উল্লেখ কৰে৷

তেওঁ কয় যে শনিয়ে মন্ত্ৰিত্বৰ ভাৰ লোৱাত অসমৰ ৰাজনৈতিক নেতাসমূহৰ মাজত সন্দেহ আৰু বিভেদৰ সৃষ্টি হ’ব।

তেওঁ লগতে উল্লেখ কৰে যে ইংৰাজী ২০২২ চনলৈ চন্দ্ৰ আৰু বৃহস্পতিৰ দশা চলিব মুখ্যমন্ত্ৰীৰ৷

আনহাতে এইবাৰ ভাৰত দেশৰ ৰাশি মকৰ৷ ৰাশিচক্ৰৰ পঞ্চম স্থানত শুক্ৰ, ষষ্ঠ স্থানত ৰাহু আৰু দ্বাদশ স্থানত চন্দ্ৰ-কেতু অৱস্থান কৰা বাবে দেশত দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ লগতে দুৰ্ঘটনাজনিত আৰু অপঘাত মৃত্যুৰ হাৰ বাঢ়িব পাৰে বুলি উল্লেখ কৰে৷

শনি আৰু মংগলৰ কু-প্ৰভাৱৰ বাবে দেশত খাদ্য সংকটে দেখা দিব পাৰে বুলিও উল্লেখ কৰে জ্যোতিষীগৰাকীয়ে৷

প্ৰতি বছৰে পহিলা বহাগৰ দিনা অজস্ৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত বৰপেটা সত্ৰত সত্ৰৰ দৈৱজ্ঞ, জ্যোতিষীগৰাকীয়ে বৰ্ষফল গণনা কৰে।

কিন্তু এইবাৰ লকডাউনৰ বাবে সত্ৰত বৰ্ষফল গণনা কাৰ্যসূচী বাতিল কৰা হয়৷

ইয়াৰ পৰিৱৰ্তে আজি বৰপেটা প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি জ্যোতিষীগৰাকীয়ে বৰ্ষফল গণনা ৰাজহুৱা কৰে৷

মঙলবাৰে পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি সমগ্ৰ দেশতে লকডাউনৰ সময়সীমা ৩ মে’লৈ বৃদ্ধি কৰিছে।

প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যসমূহৰ লকডাউন বৃদ্ধি কৰাৰ পৰামৰ্শ গ্ৰহণ কৰি এই সিদ্ধান্ত লোৱা হয় ৷

বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক’ভিড-১৯ত আক্ৰান্ত হৈ অসমত এতিয়ালৈকে এজন লোকৰ মৃত্যু হৈছে।

এতিয়ালৈকে ৰাজ্যখনত মুঠ ৩১গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

আটাইকেইগৰাকী ব্যক্তি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। তাৰোপৰি ৰাজ্যখনৰ বহুসংখ্যক লোকক বিভিন্ন স্থানত কুৱাৰেণ্টাইন কৰি ৰখা হৈছে।

Tags: COVID-19
পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd