• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বীভৎস! প্ৰেয়সীক হত্যা কৰি ৩৫ টুকুৰা কৰিলে প্ৰেমিকে! হত্যাকাৰী প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2022 1:30 pm
প্ৰেম-জিঘাংসাৰ বলি শ্ৰদ্ধা।

প্ৰেম-জিঘাংসাৰ বলি শ্ৰদ্ধা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নৃসংশ হত্যাকাণ্ড পোহৰলৈ আহিছে। এজন যুৱকে নিজৰ প্ৰেয়সীক হত্যা কৰি শৰীৰটো ৩৫ টুকুৰা কৰি বিভিন্ন স্থানত খণ্ডকৈ খণ্ডকৈ পেলাই দিয়াৰ অভিযোগ উঠিছে। যোৱা শনিবাৰে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ অনুসৰি আফতাব আমিন পুনাৱাল্লাই যোৱা ১৮ মে’ত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলেও অতি শেহতীয়াকৈহে ঘটনাটো পোহৰলৈ আহিছে।

আৰক্ষীৰ তথ্য অনুসৰি মুম্বাইৰ এটা কল চেণ্টাৰ কৰ্মৰত ২৬ বছৰীয়া শ্ৰদ্ধাৰ সৈতে পুনাৱাল্লা নামৰ যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়। কিন্তু এই সম্পৰ্কক শ্ৰদ্ধাৰ পৰিয়ালে মানি লোৱা নাছিল। তাৰ পাছতে দুয়ো মুম্বাইৰ পৰা দিল্লীলৈ পলায়ন কৰে।

Apply Now

লগতে পঢ়ক: দৌৰি তৎ পোৱা নাই নাড্ডা-শ্বাহ! গুজৰাটত নতুন, দলত্যাগীসকলক টিকট দি সংকটত বিজেপি

দিল্লীত এটা ফ্লেট ভাৰা কৰি লিভ-ইনত থাকিবলৈ আৰম্ভ কৰে প্ৰেমিক যুগলে। লিভ-ইনৰ সময়তো শ্ৰদ্ধাৰ পৰিয়ালে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক মানি নোলোৱা বিষয়টোলৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হ’বলৈ ধৰে।

প্ৰেমিক পুনাৱাল্লাই শ্ৰদ্ধাক বিবাহ কৰাবলৈ জোৰ কৰিলেও শ্ৰদ্ধাই পৰিয়ালৰ অসন্মতিত বিবাহপাশত আৱদ্ধ হ’বলৈ অস্বীকাৰ কৰে। এই কথাটোক কেন্দ্ৰ কৰিয়ে যোৱা ১৮ মে’ত দুয়োৰে মাজত পুনৰ কাজিয়াৰ সূত্ৰপাত হয় আৰু প্ৰেমিক পুনাৱাল্লাই প্ৰেমিকা শ্ৰদ্ধাক হত্যা কৰি শৰীৰটো ৩৫ টা খণ্ডত বিভিক্ত কৰি প্ৰথমে ফ্ৰীজত থৈ দিয়ে। ফ্ৰীজত থোৱাৰ ১৮ টা দিনৰ পিছত ৰাতি ২ বজাত দিল্লীৰ বিভিন্ন স্থানত সেই টুকুৰাবোৰ পেলাই দিয়ে অভিযুক্ত প্ৰেমিকগৰাকীয়ে।

ইফালে কে’বাদিনো কন্যাৰ সৈতে মোবাইলেৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও শ্ৰদ্ধাৰ পিতৃ ব্যৰ্থ হয়। অৱশেষত উপায়হীন হৈ শ্ৰদ্ধাৰ পিতৃয়ে কন্যাৰ সন্ধানত দিল্লীত উপস্থিত হয়। পিতৃয়ে শ্ৰদ্ধাৰ ফ্লেটলৈ গৈ দেখে ফ্লেটটো তলা বন্ধ। ইয়াৰ পাছতে শ্ৰদ্ধাৰ পিতৃয়ে দিল্লীৰ মেহৰৌলী আৰক্ষী থানাত উপস্থিত হৈ পুনৱাল্লা নামৰ যুৱকজনৰ বিৰুদ্ধে কন্যাক অপহৰণ কৰাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক: শ্বাহৰ অধিবক্তা হোৱাৰ পুৰস্কাৰ নাছিল পদ; ৰিজিজুৰ কলেজিয়াম প্ৰশ্নৰো উত্তৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ

আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰাৰ পিছতে এই নৃশংস হত্যাকাণ্ডটো পোহৰলৈ আহে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযুক্ত প্ৰেমিকগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd