• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাত ৫৫২ টা কেন্দ্ৰত পলিঅ’ প্ৰতিষেধক প্ৰদানঃ ১ লাখ ৯ হেজাৰ সাতশ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
September 19, 2022 2:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলা স্বাস্থ্য সমিতিয়ে দেওবাৰে উপ-ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস উপলক্ষ্যে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পলিঅ’ প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভণি কৰে।জিলা উপায়ুক্ত তথা জিলা স্বাস্থ্য সমিতিৰ অধ্যক্ষ নবদ্বীপ পাঠকে উক্ত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শিশুক এই পলিঅ’ প্ৰতিষেধক খুৱাই পলিঅ’ প্ৰতিষেধক প্ৰদানৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে।

জিলা উপায়ুক্তগৰাকীয়ে কয় যে অসমত এইবাৰ প্ৰথমবাৰৰ বাবে উপ-ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হৈছে। জিলাখনত স্থাপন কৰা প্ৰায় ৫৫২ টা পলিঅ’ প্ৰতিষেধক প্ৰদান কেন্দ্ৰত শূন্যৰ পৰা পাঁচ বছৰৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।জিলাখনৰ লক্ষ্য নিৰ্ধাৰিত প্ৰায় ১ লাখ ৯ হেজাৰ ৭ শ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় ২০০০ (দুহেজাৰ) স্বাস্থ্য কৰ্মীক নিয়োগ কৰা হৈছে।দেওবাৰে যিসকল শিশুক কিবা কাৰণত পলিঅ’ প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ অভিভাৱকে লৈ নাহে সেইবিলাক শিশুক ১৯ আৰু ২০ছেপ্টেম্বৰত ঘৰে ঘৰে গৈ পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

Apply Now

পলিঅ’ প্ৰতিষেধক প্ৰদান উপলক্ষ্যে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত সভাত উপায়ুক্তগৰাকীয়ে এই কথা প্ৰকাশ কৰে।সভাত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শ্যামল ক্ষেত্ৰ গগৈয়ে অনুষ্ঠানত উপস্থিত থকা অভিভাৱকসকলক আহ্বান জনায় যে যিসকল পৰিয়ালে এই পলিঅ’ প্ৰতিষেধক প্ৰদান কৰাৰ বিষয়ে গম পোৱা নাই তেওঁলোকক এই বিষয়ে যাতে কয় ৷ অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা:পৰেশ কুমাৰ ৰয়ে কয় যে ভাৰতক পলিঅ’মুক্ত হিচাপে ঘোষণা কৰা হৈছিল যদিও চুবুৰীয়া দেশৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত ভাৰতবৰ্ষত পলিঅ’ৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়েহে দেওবাৰে উপ-ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰি ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমকো পলিঅ’মুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অনুষ্ঠানত জিলা টিকাকৰণ বিষয়া ডা: পুস্পেন্দু দাস, বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা:মহিবুল ইছলাম,আৰু ডা:প্ৰণৱ কুমাৰ ৰয়,ডা:বাদল সৰকাৰ, ডা:বিনীতা ডেকা আদি কৰি কেবাগৰাকীও চিকিৎসকৰ লগতে ষ্টাফ নাৰ্ছ আৰু নিজ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিবলৈ অহা ভালেসংখ্যক অভিভাৱক উপস্থিত থাকে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd