• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গৰ কেফেত সংঘটিত বিস্ফোৰণত নিহত সামৰিক ব্লগাৰ, আহত ২৫ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2023 1:20 pm
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ দ্বিতীয় বৃহত্তম চহৰ চেণ্ট পিটাৰ্ছবাৰ্গৰ কেফেত সংঘটিত বিস্ফোৰণত এজন সামৰিক ব্লগাৰৰ মৃত্যু হোৱাৰ লগতে ২৫ জন লোক আহত হৈছে। দেওবাৰে ৰাছিয়াত সংঘটিত হয় এই ঘটনা।

ৰাছিয়াৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে ছ’চিয়েল নেটৱৰ্কিং চাইট টেলিগ্ৰামত প্ৰকাশ কৰিছে যে বিস্ফোৰণত নিহত ব্যক্তিজন হৈছে ভ্লাডলেন টাৰাস্কি। তেওঁ এজন সামৰিক সংবাদদাতা।

তদন্তকাৰীসকলে পিছত কয় যে কেফেখনত এটা অচিনাক্ত বিস্ফোৰক যন্ত্ৰৰ বিস্ফোৰণ ঘটিছে। এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।

Apply Now

লগতে পঢ়ক: নাটোত প্ৰৱেশৰ বাট মসৃন কৰিও নিৰ্বাচনত হাৰি থাকিল ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মাৰিন

স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, এই বিস্ফোৰণত ২৫ জন লোক আহত হৈছে। ইয়াৰে ২৪জনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ৬ জন আহত লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

গৃহ মন্ত্ৰালয়ে সন্ধিয়া ৬.১৩ বজাত এই বিস্ফোৰণৰ খবৰ লাভ কৰে। ষ্ট্ৰীট ফুড বাৰ নং. ৱান কেফেত সংঘটিত হয় এই বিস্ফোৰণ।

বাতৰি মতে, অট্টালিকাৰ বাহিৰৰ অঞ্চলটো নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছে। ২০খন আৰক্ষীৰ গাড়ী, ৬খন এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী তাত আছে।

আইন শৃংখলা ৰক্ষাত নিয়োজিত বাহিনীৰ এক সূত্ৰৰ উদ্ধৃতিৰে টাছ সংবাদ সংস্থাই জনোৱা মতে, টাৰাস্কিক উপহাৰ হিচাপে দিয়া এটা মূৰ্তিৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল।

লগতে পঢ়ক: মোডীৰ ডিগ্ৰীত ভুল ‘বিশ্ববিদ্যালয়’ বানান; প্ৰমাণ পত্ৰ ভুৱা হ’লে কি হ’ব পাৰে জনালে আপৰ সাংসদে

তদন্তৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা ৰিয়া ন’ভষ্টীয়ে জনোৱা মতে, এজনী ছোৱালীয়ে কেফেৰ ভিতৰত ব্লগাৰজনৰ ওপৰত মূৰ্তিটো দলিয়াই দিয়ে। সেই সময়ত কেফেখনত আছিল এলিছা চামোট্ৰভা। তেওঁ জনায় যে ছোৱালীজনীয়ে মূৰ্তিটো টাৰাস্কিক দিয়াৰ ক্ষন্তেক পিছতে বিস্ফোৰণ ঘটে। তাৰ পিছত কেৱল তেজ আৰু ভঙা কাঁচৰ টুকুৰাহে ইফালে সিফালে সিঁচৰতি হৈ থকা দেখা যায়।

টাৰাস্কিৰ প্ৰকৃত নাম মেক্সিম ফমিন। টেলিগ্ৰামত তেওঁৰ পাঁচ লাখ ফ’ল’ৱাৰ আছে। এই অনুগামীসকলৰ স্থিতি ইউক্ৰেইনত ৰাছিয়াৰ অভিযানৰ পক্ষত।

টাছ সংবাদ সংস্থাই জনোৱা মতে, টাৰাস্কিয়ে সামৰিক পৰিস্থিতি বিশ্লেষণ কৰি ভিডিঅ’ প্ৰকাশ কৰে। সেনাবাহিনীক সংগঠিত কৰাৰ বিষয়ে পৰামৰ্শ দিয়ে।

নিজকে “ৰাছিয়াৰ তথ্য সেনা” বুলি বৰ্ণনা কৰা চাইবাৰ ফ্ৰন্ট জেড নামৰ এটা গোটে কয় যে তেওঁলোকে সন্ধিয়াৰ সময়ত কেফেখন ভাড়াত লৈছিল। স্থানীয় সংবাদ মাধ্যম ফান্টাংকাই জনোৱা মতে, ঘটনাৰ সময়ত কমেও ১০০ জন লোক তাত উপস্থিত আছিল।

লগতে পঢ়ক:অবিশ্বাস্য! কেৰালাত চলন্ত ৰে’লত শিশুসহ ৩ জন যাত্ৰীক জীৱন্তে জ্বলাই হত্যা; অগ্নিদগ্ধ আন বহু যাত্ৰী

চাইবাৰ ফ্ৰন্ট জেড টেলিগ্ৰামে কয় যে এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ আছিল। তেওঁলোকে নিৰাপত্তা শক্তিশালী কৰিছিল যদিও সেয়া যথেষ্ট নহ’ল।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয় যে টাৰাস্কিৰ দৰে ব্লগাৰে সত্যৰ পক্ষত থিয় দিছে। তেওঁ বোমা বিস্ফোৰণৰ সন্দৰ্ভত দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ বাবে পশ্চিমীয়া চৰকাৰসমূহক সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd