• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ছেপ্টেম্বৰ মাহৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ’ব লোকপিয়ল! কি হ’ব ৰাহুলৰ জাতিগত পিয়লৰ দাবী?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 22, 2024 12:07 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিয়ে চৰকাৰে বহু প্ৰত্যাশিত লোকপিয়ল আৰম্ভ কৰিবলৈ ওলাইছে। যদি সকলো ঠিকে থাকে তেন্তে প্ৰায় ১৩ বছৰৰ পাছত অহা মাহৰ পৰা লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হ’ব।

জানিব পৰা মতে, গোটেই প্ৰক্ৰিয়াটো প্ৰায় ডেৰ বছৰ ধৰি চলিব। ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত লোকপিয়লৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ লক্ষ্য লৈছে চৰকাৰে।

নিয়ম অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়। কিন্তু ২০১১ চনৰ পিছত দেশত কোনো লোকপিয়ল হোৱা নাছিল। ২০২১ চনত লোকপিয়ল অনুষ্ঠিত হ’ব লাগিছিল যদিও ক’ৰ’না মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল। ২০২৩ চনত লোকপিয়ল হ’ব পাৰে বুলি শুনা গৈছিল। কিন্তু নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰে সেই পথত আগ নাবাঢ়িল।

Apply Now

লগতে পঢ়কঃ ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰত শক্তিশালী ইষ্টবেংগলক হৰুৱাই ছেমি ফাইনেলত শ্বিলং লাজং

মুঠতে মোডীৰ শাসন কালত এটাও লোকপিয়ল হোৱা নাছিল। চৰকাৰৰ ভিতৰতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। ১৮৭২ চনৰ পৰা আৰম্ভ হোৱা লোকপিয়ল প্ৰতি ১০ বছৰৰ মূৰে মূৰে কৰা হয়। কিন্তু মোডী চৰকাৰ অহাৰ পিছৰে পৰা লোকপিয়ল হোৱা নাই। আৰু তাতেই বিৰোধীয়ে ৰাজনীতিৰ গোন্ধ লৈছে।

অৰ্থনীতিবিদৰ এটা অংশৰ মতে এতিয়ালৈকে মোডী চৰকাৰৰ সকলো কাৰ্যসূচী বা পৰিকল্পনা ২০১১ চনৰ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ফলত চৰকাৰী বিষয়াসকলো সমস্যাৰ সন্মুখীন হৈছে। তদুপৰি ব্যয় আবণ্টনৰ ক্ষেত্ৰত চৰকাৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। দৰাচলতে চৰকাৰৰ ভিতৰত লোকপিয়লৰ দাবীত হেঁচা বাঢ়ি আহিছিল।

অৱশেষত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ওলাইছে। চৰকাৰী সূত্ৰৰ মতে, প্ৰায় ডেৰ বছৰত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। সেই তথ্য ২০২৬ চনৰ মাৰ্চ মাহত প্ৰকাশ কৰা হ’ব। অর্থাৎ প্রায় ১৫ বছৰৰ পাছত লোকপিয়লৰ তথ্য প্রকাশ পাবলৈ গৈ আছে৷

লগতে পঢ়কঃ নাৰী নিৰ্যাতনত অভিযুক্ত দেশৰ ১৫১গৰাকী সাংসদ-বিধায়ক; ১৬গৰাকীৰ বিৰুদ্ধে আছে ধৰ্ষণৰ গোচৰ

উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে জাতিগত পিয়লৰ দাবী উত্থাপন কৰিছিল। যাৰ প্ৰভাৱ পৰিছে হিন্দী মহলত। বিশেষকৈ উত্তৰ প্ৰদেশত বিজেপিয়ে তীব্ৰ আঘাতৰ সন্মুখীন হৈছে। এতিয়াও জাতিগত লোকপিয়লৰ বাবে চাপ দি আছে ৰাহুল গান্ধীয়ে। কিন্তু লোকপিয়লৰ সময়ত চৰকাৰে জাতিৰ কথা উল্লেখ কৰে নে নাই সেয়া লক্ষ্যণীয় হ’ব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd